ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu Social Reformers Committee meet DC : ডিফুৰ ড্ৰাগছ ব্যৱসায়ী আব্দুল খালেকক সামাজিকভাবে বৰ্জন সন্দৰ্ভত জিলা আয়ুক্তক লিখিত ৰূপে অৱগত

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
May 10, 2024
Reading Time: 1 min read
A A
0
Diphu Social Reformers Committee meet DC : ডিফুৰ ড্ৰাগছ ব্যৱসায়ী আব্দুল খালেকক সামাজিকভাবে বৰ্জন সন্দৰ্ভত জিলা আয়ুক্তক লিখিত ৰূপে অৱগত

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

শুকুৰবাৰে পুৱা ১১ বাজি ৩০ মিনিটত ডিফু ইছলামিক সমাজ সংস্কাৰ সমিতিৰ এক সঁজাতি দলে ডিফুত জিলা আয়ুক্ত (District Commissioner) মধুমিতা ভাগৱতীক সাক্ষাৎ (Meet Madhumita Bhagwati) কৰে৷ সাক্ষাৎকালত সঁজাতি দলটোৱে যোৱা ৮ মে’ত ডিফু সমাজ সংস্কাৰক সমিতি (Diphu Social Reformers Committee)ৰ সভাত ডিফু ছৰছৰি ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ ন্যায়িক জিম্মাত থকা আব্দুল খালেক (Abdul Khaleque)ক সামাজিকভাবে বহিষ্কাৰ কথা লিখিতভাবে অৱগত (Socially expelted in writing) কৰে ৷ দলটোৱে খালেকৰ অসামাজিক কাৰ্যকলাপ আৰু ড্ৰাগছৰ দৰে মাৰাত্মক ব্যৱসায়ে যুৱ সমাজক ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ ঠেলি নিছে বুলি উল্লেখ কৰে ৷ লগতে সমাজৰ পৰা নিচাযুক্ত ড্ৰাগছৰ শিপা উভালি পেলোৱাত জিলা আয়ুক্ত গৰাকীৰ সহযোগিতা কামনা কৰে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিয়ে৷

karbip1 1 | ASSAM TIMES POST

জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে ড্ৰাগছ প্ৰৱণতা বৃদ্ধিকলৈ উদ্বিগ্নতা প্ৰকাশ কৰি সমিতিৰ কাৰ্যক সঁহাৰি জনা৷ আজিৰ সঁজাতি দলটোত আছিল ডিফু মছজিদ কমিটিৰ সভাপতি তাজ উদ্দিন, সাধাৰণ সম্পাদক মজাহাৰুল ইছলাম, ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে, ফকৰ উদ্দিন লষ্কৰ আৰু আব্দুল কৰিম লষ্কৰ, ভিডপি ডিফু থানা কমুটিৰ উপসভাপতি আব্দুল মতিন তালুকদাৰ, হৰিলাল বস্তি মছজিদ কমুটিৰ সমিপাদক ইছলাম উদ্দিন, ডিফু কবৰস্থান কমিটিৰ সম্পাদক নুৰুল হুছেইন উপস্থিত থাকে৷

Tags: AbdulKhalequeআব্দুলখালেক
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx