ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

A R Rehman I কেতিয়াবা নিজকে শেষ কৰি পেলাব মন যায়! কিয় ক’লে এ আৰ ৰহমানে

নিউজ ডেস্কঃ

News Desk by News Desk
January 11, 2024
Reading Time: 1 min read
A A
0
A R Rehman I কেতিয়াবা নিজকে শেষ কৰি পেলাব মন যায়! কিয় ক’লে এ আৰ ৰহমানে

RELATED POSTS

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

New Logo Smal 1 | ASSAM TIMES POST

২০২৩ চনৰ অন্যতম বিতৰ্কিত বিষয় আছিল কাজী নজৰুলৰ গীত ‘কৰাৰ ঐ লৌহ কাপাত’। গীতটি সুৰকাৰ এ আৰ ৰহমানে (A.R. Rahman) নতুন ৰূপত ৰচনা কৰিছিল। ‘পিপ্পা’ ছবিত ব্যৱহৃত এই গীতটো মুক্তিৰ পাছত নজৰুলৰ সকলো অনুৰাগী তেওঁৰ ওপৰত ক্ষোভত ফাটি পৰে। আনহাতে, নজৰুলৰ পৰিয়ালৰ একাংশই তেওঁক সোধাপোছাও কৰে। উক্ত বিতৰ্কৰ পিছত অনুৰাগীয়ে কেতিয়াও সুৰকাৰজনক দেখা পোৱা নাছিল।

তেওঁ ক’তো কোনো মন্তব্যও কৰা নাই। কিন্তু নতুন বছৰত তেওঁৰ পৰা মন্তব্য আহিছে। কিন্তু এইবাৰো তেওঁ উক্ত বিতৰ্কৰ ওপৰত কোনো মন্তব্য কৰা নাই। শেহতীয়াকৈ এক অনুষ্ঠানত ‘দ্য অক্সফৰ্ড ইউনিয়ন ডিবেটিং ছ’চাইটি’ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁ মত বিনিময় কৰে।

তেওঁলোকৰ লগত হোৱা আলোচনাত বহু ধৰণৰ বিষয় উত্থাপন হয়। তাতেই তেওঁ কয় যে মাতৃয়ে তেওঁক জীৱনৰ বিফলতাৰ সন্মুখীন হ’বলৈ শিকাইছিল। অন্ধকাৰ সময়ত নেতিবাচক চিন্তাক জয় কৰিব পৰা যায়। জীৱনত এটা সময় আহিছিল যেতিয়া তেওঁৰ মনত বহুত নেতিবাচক চিন্তা আহিছিল।

কেতিয়াবা নিজকে শেষ কৰি পেলাব মন যায়! কিয় ক'লে এ আৰ ৰহমানে
কেতিয়াবা নিজকে শেষ কৰি পেলাব মন যায়! কিয় ক’লে এ আৰ ৰহমানে:

ৰহমানে মাতৃৰ পৰামৰ্শ উল্লেখ কৰি তেওঁ কয়, “কম বয়সতে নিজক শেষ কৰি পেলোৱাৰ চিন্তা মোৰ মনলৈ আহিছিল। সেই চিন্তাৰ পৰা মুক্তি পাবলৈ মই সংগ্ৰাম কৰিবলগীয়া হ’ল। সেই সময়ত মায়ে মোক কৈছিল, যেতিয়া মই আনৰ বাবে জীয়াই থাকিম, তেতিয়া এই সকলোবোৰ চিন্তা মনলৈ নাহে।” মাতৃৰ কথা আজিও তেওঁ পাহৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়াও প্ৰতিটো খোজতে এই পৰামৰ্শ মানি চলে।

এ আৰ ৰহমানে ভাবে যে স্বাৰ্থপৰ নহৈ আন কাৰোবাৰ বাবে জীয়াই থকাটোকে জীৱন বোলে। কাৰোবাৰ বাবে সুৰ কৰাই হওক বা কাৰোবাৰ বাবে খাদ্য কিনাই হওক- যদি আপুনি নিজৰ বাবে চিন্তা কৰাৰ পৰিৱৰ্তে আপোনাৰ চৌপাশৰ মানুহৰ কথা ভাবি চলে, তেন্তে নেতিবাচক চিন্তাই কেতিয়াও মনটোক প্ৰভাৱিত নকৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ARRehmanএআৰৰহমান
Share5Tweet3Send

Related Posts

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
October 21, 2026
51
Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ
Entertrainment

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

by News Desk
October 8, 2026
53
Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
52
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
51
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
51
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
ADVERTISEMENT
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
50
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d