ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Lata Mangeshkar birth anniversary I জন্মদিনত কিংবদন্তি লতা মংগেশকাৰক স্মৰণ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 28, 2023
Reading Time: 1 min read
A A
0
Lata Mangeshkar birth anniversary I জন্মদিনত কিংবদন্তি লতা মংগেশকাৰক স্মৰণ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ

logo new 2 1 1 4 1 3 1 10 | ASSAM TIMES POST
আজি সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ (Lata Mangeshkar) ৯৪ সংখ্যক জন্মবাৰ্ষিকী (94th birth anniversary)। সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) কিংবদন্তি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় (Paying tribute)। যোৱা বছৰৰ ৬ ফেব্ৰুৱাৰীত ৯২ বছৰ বয়সত মৃত্যু হয় শিল্পীগৰাকীৰ। ভাৰতীয় সংগীতৰ প্ৰতি শিল্পীগৰাকীৰ অৱদানক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কিংবদন্তিগৰাকীক ‘লতা দিদি’ বুলি সম্বোধন কৰে।

গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰয়াত সংগীতজ্ঞগৰাকীৰ সৰলতা আৰু নম্ৰতাৰ বাবে প্ৰশংসা কৰে।“লতা মংগেশকাৰে ভাৰতীয় সংগীতত স্থায়ী প্ৰভাৱ পেলাইছে। তেওঁৰ আত্মস্পৰ্শী উপস্থাপনে পৃথিৱীৰ মানুহৰ হৃদয়ত গভীৰ আৱেগ জগাই তুলিছিল। যিয়ে আমাৰ সংস্কৃতিত চিৰদিনৰ বাবে এক বিশেষ স্থান দখল কৰি থাকিব।” প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়।

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

জন্মদিনত কিংবদন্তি লতা মংগেশকাৰ
জন্মদিনত কিংবদন্তি লতা মংগেশকাৰক স্মৰণ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ:

আনহাতে, অমিত শ্বাহে টুইটাৰযোগে লিখিছে, “লতা দিদিয়ে সমগ্ৰ জীৱন ভাৰতীয় সংগীত পৰম্পৰাক বিশ্ব মঞ্চত নতুন উচ্চতালৈ সমৃদ্ধ কৰাৰ বাবে উৎসৰ্গা কৰিছিল। সংগীতৰ শিখৰত উপনীত হোৱাৰ পিছতো ভাৰতীয় সংস্কৃতিৰ শিপাৰ সৈতে যি সৰলতা আৰু নম্ৰতাৰে তেওঁ সংযুক্ত হৈ থাকিল, সেয়া দেশবাসীৰ বাবে এক বিশেষ নিদৰ্শন। ভাৰত ৰত্ন লতা দিদীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।”

উল্লেখযোগ্য যে শিল্পীগৰাকীক ‘ভাৰতৰ নাইটিংগেল’ হিচাপে প্ৰশংসা কৰা হয়। যিটো ভাৰতীয় সংগীতৰ বাবে অবিস্মৰণীয়। দেশৰ চুকে-কোণে তেওঁৰ কণ্ঠ প্ৰতিধ্বনিত হৈ আছে এতিয়াও। দীৰ্ঘদিনীয়া কেৰিয়াৰত লতা মংগেশকাৰে অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে। ২০০১ চনত তেওঁ ‘দাদাচাহেব ফালকে’ বঁটা আৰু ‘ভাৰত ৰত্ন’ সন্মান লাভ কৰে।

Tags: LataMangeshkarBrthAnniverseryলতামংগেশকাৰজন্মদিন
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx