ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Shah Rukh Khan I কিং খানৰ ‘জৱান’ৰ মুক্তিৰ টিজাৰ কেতিয়া মুকলি হ’ব?

নিউজ ডেস্কঃ

News Desk by News Desk
June 28, 2023
Reading Time: 1 min read
A A
0
Shah Rukh Khan I কিং খানৰ ‘জৱান’ৰ মুক্তিৰ টিজাৰ কেতিয়া মুকলি হ’ব?

RELATED POSTS

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত অৱশেষত প্ৰকাশ পালে শ্বাহৰুখ খানৰ (Shah Rukh Khan) প্ৰথমখন ‘পেন ইণ্ডিয়ান’ (Pan Indian) অৰ্থাৎ অল ইণ্ডিয়া ছবি ‘জৱান’ৰ (Jawan) মুক্তিৰ তাৰিখ। ছবিখনৰ ঘোষণাৰ পিছৰে পৰা দৰ্শকৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল। কিন্তু অনুৰাগীৰ উৎসাহ বৃদ্ধি পোৱাৰ পাছতো বাৰে বাৰে উজুটি খাইছে ‘জৱান’। ছবিখনৰ মুক্তিৰ তাৰিখক লৈ কেইবাবাৰো বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

প্ৰথম অৱস্থাত শ্বাহৰুখৰ ছবিখন জুন মাহত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল। ইয়াৰ পিছত পোষ্ট প্ৰডাকচন আৰু ভিএফএক্সৰ কামৰ বাবে তাৰিখটো পিছুৱাই দিয়া হʼল, আৰু আগষ্ট মাহত মুক্তিৰ গুণাগঁথা চলিছিল। যোৱা মে’ মাহত ‘জৱান’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছিল। ৭ ছেপ্টেম্বৰত বলীউডৰ কিং ‘জৱান’ ৰূপে ডাঙৰ পৰ্দালৈ ঘূৰি আহিব। তাৰ পূৰ্বে ছবিখনৰ প্ৰচাৰৰ আভাস কেতিয়া দেখা পাব? বৰ্তমান তাৰকাগৰাকীৰ অনুৰাগীয়ে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে।

কিং খানৰ ‘জৱান’
কিং খানৰ ‘জৱান’ৰ মুক্তিৰ টিজাৰ কেতিয়া মুকলি হ’ব:

‘জৱান’ৰ চেটৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ ভাইৰেল হৈছে। আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে ‘জৱান’ৰ মোচন পোষ্টাৰো। ইমান দিনে অনুৰাগীসকলে কেৱল ইয়াতেই সন্তুষ্ট হʼবলগীয়া হৈছে। কিন্তু আৰু নহয়। খবৰ, জুলাই মাহৰ আৰম্ভণিতে মুক্তি পাবলৈ গৈ আছে ছবিখনৰ প্ৰথম টিজাৰ। শুনা গৈছে যে শ্বাহৰুখ আৰু পৰিচালক এটলীয়ে ৭ জুলাইত মুকলি কৰিব ‘জৱান’ৰ প্ৰচাৰমূলক টিজাৰ।

তথ্য অনুসৰি, ফিল্মমেকাৰসকলে বিশেষ অতিথিৰ উপস্থিতিত চেন্নাইত ‘জৱান’ৰ প্ৰচাৰমূলক স্নিক পিক লঞ্চৰ পৰিকল্পনা কৰিছে। তাৰ ওপৰত ভিত্তি কৰি এই তাৰিখটো অলপ পিছুৱাব পাৰে। কিন্তু অনুৰাগীয়ে আৰু বেছি সময় অপেক্ষা কৰিব নালাগে। ৭ জুলাইত নহ’লেও, ১৫ জুলাইত শ্বাহৰুখৰ প্ৰথমখন পেন ইণ্ডিয়ান চলচ্চিত্ৰ প্ৰচাৰৰ আভাস মুক্তি পাব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JawanShahRukhKhanজৱানশ্বাহৰুখখান
Share4Tweet3Send

Related Posts

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
October 21, 2026
54
Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ
Entertrainment

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

by News Desk
October 8, 2026
53
Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
52
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
51
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
51
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
ADVERTISEMENT
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
50
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ
DIPHU

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
50
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d