ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Historic Daak bridge Damaged I বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডাক দলং মেৰামতিত বিভাগৰ হেমাহিত ক্ষোভ স্থানীয় ৰাইজৰ

অজন্তা তালুকদাৰঃ বোকাখাত

News Desk by News Desk
June 26, 2023
Reading Time: 1 min read
A A
0
Historic Daak bridge Damaged I বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডাক দলং মেৰামতিত বিভাগৰ হেমাহিত ক্ষোভ স্থানীয় ৰাইজৰ

RELATED POSTS

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

যোৱা কেইদিনত সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰচাৰিত হৈ আছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা বোকাখাতৰ ডাক দলঙৰ (Daak Bridge of Bokakhat) কথা। উল্লেখযোগ্য যে ২০২২ চনৰ ১০ আগষ্টতে পাহাৰীয়া ঢলে বিধ্বস্ত কৰিছিল দলংখনৰ সংলগ্ন মাটিৰ ঢাপ। কিন্তু বিধ্বস্ত দলংখন (damaged bridge) যোৱা এটা বছৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু লোক নিৰ্মান বিভাগে মেৰামতিৰ বাবে সময় উলিয়াব নোৱাৰিলে। যোৱা কেইদিনত হোৱা নেৰানেপেৰা বৰষুণে অধিক বিপদাপন্ন কৰি তুলিলে দলংখন। 

এই বাতৰিও সম্প্ৰচাৰ হ’ল ধাৰাবাহিকভাৱে। বিভাগে বাহৰ বেৰিকেড দি, ৰঙা পতাকা উৰুৱাই সাৰিলে দায়িত্ব।২১ জুনত বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই দলংখনৰ অৱস্থা দেখি তাৎক্ষণিকভাৱে মেৰামতিৰ নিৰ্দেশ দিছিল। কিন্তু মন্ত্ৰীৰ এই নিৰ্দেশক কেৰেপ নকৰিলে বিভাগে। মেৰামতিৰ নামত পুনৰ খান্দি পেলোৱা হ’ল দলঙৰ তলৰ মাটি। বন্ধ কৰি দিয়াৰ চেষ্টা কৰা হ’ল বোৱতী জলাধাৰ।

 Daak bridge
Historic Daak bridge Damaged:

আজিও দেখা গ’ল দলংখনৰ দক্ষিণ ফালৰ পূৱ অংশ মূল পথৰ পৰা বিছিন্ন হৈ বিপজ্জনকভাৱে ওলমি আছে। বিভাগীয় সূত্ৰ অনুসৰি এই দলংখনৰ ওপৰেদি দৈনিক পাৰাপাৰ হয় ১৭ হাজাৰ যান বাহন।

1513290 bokakhat 1 | ASSAM TIMES POSTইয়াৰে ৩০ শতাংশ গধুৰ যানবাহন নামনি অসমৰ গুৱাহাটী, কলিয়াভোমোৰা দলং হৈ কলিয়াবৰেদি উজনীলৈ অহা, উজনীৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথেদি নাগালেণ্ড, মনিপুৰৰ সকলো যান বাহন, ধোদৰ আলিয়েদি অহা যানবাহন, ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথেদি অৰুণাচল, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট আদিৰপৰা অহা সকলো যানবাহন পাৰ হয় এই দলঙৰ ওপৰেদি। এনে এখন গুৰুত্বপূৰ্ণ দলং মেৰামতিৰ বাবে এনে আওকণীয়া মনোভাৱ কিয় লৈছে সিও ৰহস্যৰ বিষয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BokakhatDakBridgeডাকদলংবোকাখাত
Share4Tweet3Send

Related Posts

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d