ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত ছানগ্লাছ কিয়? সমালোচনাৰ ধুমুহাত আয়ুষ্মান

নিউজ ডেস্কঃ

News Desk by News Desk
May 25, 2023
Reading Time: 1 min read
A A
0
পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত ছানগ্লাছ কিয়? সমালোচনাৰ ধুমুহাত আয়ুষ্মান

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

শেহতীয়াকৈ পিতৃক হেৰুৱাইছে আয়ুষ্মান খুৰানা (Ayushmann Khurrana has lost his father)ই। মানসিকভাবে বিপৰ্যস্ত অভিনেতাজনে নিজাববীয়াকৈ একো জনোৱা নাছিল। এই দুখৰ খবৰটো শ্বেয়াৰ কৰিলে অভিনেতাগৰাকীৰ মুখপাত্ৰই। চণ্ডীগড়ত আয়ুষ্মানক পিতৃৰ অন্তিম ৰীতি-নীতি পালন কৰি থকা দেখা গৈছিল। ভাতৃ অপাৰশক্তি খুৰানাও তেওঁৰ লগত আছিল। উক্ত ছবিখন নেট জগতত বিয়পি পৰে। কিন্তু বিপদ তাৰ পিছতেই!

গাড়ীৰ পৰা পিতৃৰ মৃতদেহ কান্ধত উঠোৱাৰ ছবি এখনক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা চলিছে। আয়ুষ্মানৰ চকুত ছানগ্লাছ (Sunglasses in Ayushmann’s eyes)। তাকে দেখি কটুক্তিৰ বন্যা বৈ গৈছে। কেইবাজনো নেটিজেনে মন্তব্য কৰিছে, “পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া ছানগ্লাছ পিন্ধি?” কোনোবাই মন্তব্য কৰিলে, “ছানগ্লাছ খুলি শোক কৰক। মৃতকৰ শোভাযাত্ৰাত ই খাপ নাখায়।”

ausman 1 | ASSAM TIMES POST

আন এজনে ক’লে, “এই চছমা পিন্ধাটো প্ৰয়োজন আছিলনে?” অনুৰাগীসকলে অৱশ্যে অভিনেতাগৰাকীৰ হৈও মাত মাতিছে। তেওঁলোকৰ বক্তব্য, “চছমা পিন্ধাটো অপৰাধ নেকি? এই অভিনেতাজনে অলপ আগতে কান্দি আছিল!” কোনোবাই কʼলে, “বহুত ৰʼদ আছে চাগে। কিয় এনেকৈ কৈছে?”

জানিব পৰা মতে, আয়ুষ্মানৰ পিতৃ বহুদিন অসুস্থ হৈ আছিল। পি খুৰানা উত্তৰ ভাৰতৰ অন্যতম বিখ্যাত জ্যোতিষী। তেওঁ জ্যোতিষৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। যদিও আয়ুষ্মান জ্যোতিষত বিশ্বাসী নহয়, পিতৃৰ সৈতে তেওঁৰ ৰসায়ন ভাল আছিল। অভিনেতাজনে পিতৃক ‘পিতৃ’ বুলি কোৱাতকৈ ‘বন্ধু’ বুলি কʼবলৈ ভাল পাইছিল। ১৬ মেʼত পঞ্জাবৰ মোহালীৰ এখন চিকিৎসালয়ত পি খুৰানাই শেষ নিশ্বাস ত্যাগ কৰে। চণ্ডীগড়ৰ মণিমাজৰা শ্মশানত আয়ুষ্মানে তেওঁৰ পিতৃৰ শেষকৃত্য সম্পন্ন কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Ayushmann KhurranaSunglassesআয়ুষ্মান খুৰানাছানগ্লাছ
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
51
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d