ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bokakhat Result I দশম স্থানত বোকাখাতৰ প্ৰীনিস্থা

অজন্তা তালুকদাৰ, বোকাখাত :

News Desk by News Desk
May 22, 2023
Reading Time: 1 min read
A A
0
Bokakhat Result I দশম স্থানত বোকাখাতৰ প্ৰীনিস্থা

RELATED POSTS

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত ১০ম স্থান (10th position) দখলেৰে বোকাখাত (Bokakhat)লৈ গৌৰৱ কঢ়িয়াই আধিলে বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ প্ৰীনিস্থা বৰা (Pranistha Bora)ই। বোকাখাতৰ কৈলাখাট গাঁৱৰ লোকনিৰ্মান বিভাগৰ কৰ্মচাৰী সূৰ্য বৰা আৰু মাতৃ ময়ূৰী বৰাৰ জেষ্ঠ কন্যা প্ৰীনিস্থাই মূঠ ৫৮৫ নম্বৰেৰে ১০ স্থান লাভ কৰে। প্ৰীনিস্থাই উচ্চশিক্ষা গ্ৰহন কৰিব নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত বিজ্ঞান শাখাত।

 বোকাখাতৰ প্ৰীনিস্থা
দশম স্থানত বোকাখাতৰ প্ৰীনিস্থা:

“স্থান লাভ কৰিম বুলি আশাবাদী আছিল যদিও ১০ম স্থানেই পাম বুলি নিশ্চিত নাছিলোঁ” বুলি মন্তব্য কৰিছে প্ৰীনিস্থাই।দৈনিক নিয়মিতভাৱে ৮/৯ ঘন্টা অধ্যয়ন কৰা প্ৰীনিস্থাই আজৰি সময়ত ফুলৰ যত্ন লোৱাৰ লগতে বাহিৰা কিতাপ পঢ়ি সময় অতিবাহিত কৰা বুলি মন্তব্য কৰে ।কোনো বিষয়ৰে টিউচন নোলোৱাকৈ দশম স্থান লাভ কৰা প্ৰীনিস্থাই ৰামানুজন জুনিয়ৰ কলেজত নাম ভৰ্তি কৰি লক্ষ্য স্থিৰ কৰিব।

প্ৰীনিস্থাৰ আজিৰ এই ফলাফলৰ পিছতেই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলত। উৎসাহিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী সকলে এক শোভাযাত্ৰা বাহিৰ কৰি বোকাখাত নগৰৰ মাজেদি গৈ বোকাখাতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল কেন্দ্ৰ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি মাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BokakhatPranistha Boraপ্ৰীনিস্থা বৰাবোকাখাত
Share5Tweet3Send

Related Posts

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

August 22, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
50
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d