ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Siddaramaiah or Shiva Kumar? | সিদ্দাৰমাইয়া নে শিৱকুমাৰ? জল্পনা-কল্পনাৰ অন্ত হʼব পাৰে আজি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 18, 2023
Reading Time: 1 min read
A A
0
Siddaramaiah or Shiva Kumar? | সিদ্দাৰমাইয়া নে শিৱকুমাৰ? জল্পনা-কল্পনাৰ অন্ত হʼব পাৰে আজি

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

বৃহস্পতিবাৰে এই জল্পনা-কল্পনাৰ অন্ত পৰিব পাৰে। সন্ধিয়াৰ ভিতৰত নতুন মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰমাইয়া (Siddaramaiah) নে শিৱকুমাৰে (Shiva Kumar) শপত গ্ৰহণ কৰিব সেই সন্দৰ্ভত কংগ্ৰেছ হাইকমাণ্ডে চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। দলীয় এক সূত্ৰৰ মতে, ২০ মেʼ শনিবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰিব সিদ্দাৰমাইয়াই। উপ-মুখ্যমন্ত্ৰীৰ পদত বহিব পাৰে শিৱকুমাৰ।

Siddaramaiah or Shiva Kumar?
Siddaramaiah to be named next Karnataka CM, DK Shivakumar his deputy

অৱশ্যে দলটোৰ আন এক সূত্ৰৰ মতে, কৰ্ণাটকৰ গৰিষ্ঠসংখ্যক কংগ্ৰেছ বিধায়কে সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ পিছতো শিৱকুমাৰে হাইকমাণ্ডক কৈছে যে তেওঁক মুখ্যমন্ত্ৰী বনাব লাগে। তেওঁ কেৱল উপ-মুখ্যমন্ত্ৰী হʼবলৈ ইচ্ছুক নহয়। চৰকাৰৰ পাঁচ বছৰৰ কাৰ্যকাল যদি দুটা ভাগত ভাগ কৰি ডেৰ-দুবছৰ কৰা হয়, তেন্তে তেওঁ প্ৰথমে মুখ্যমন্ত্ৰী হʼব। শিৱকুমাৰে চৰকাৰ গঠনৰ পাছত সিদ্দাৰমাইয়া মুখ্যমন্ত্রী হʼব বুলি মানি লʼবলৈ ইচ্ছুক নাছিল যদিও ২০২৫ চনলৈ অপেক্ষা কৰিব লাগিব৷ শিৱকুমাৰে দাবী কৰে যে যদি তেওঁক মুখ্যমন্ত্ৰী নিৰূপণ কৰা নহয়, তেন্তে তেওঁ উপ-মুখ্যমন্ত্ৰী হিচাপে বহিবলৈ ইচ্ছুক নহয়। লগতে তেওঁ কয় যে সেই ক্ষেত্ৰত কেৱল ৰাজ্যিক সভাপতি আৰু বিধায়ক পদত থাকিব।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, খাৰ্গেয়ে (Kharge)  বুধবাৰে সিদ্দাৰমাইয়া আৰু শিৱকুমাৰৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হৈ কৰ্ণাটকৰ ৰাজনৈতিক জটিলতা দূৰ কৰে। প্ৰথমে শিৱকুমাৰৰ লগত সাক্ষাৎ হৈছিল। শিৱকুমাৰৰ সৈতে পঞ্চাশ মিনিট সাক্ষাৎ কৰাৰ পিছত খাৰ্গেয়ে সিদ্দাৰমাইয়াৰ সৈতেও সাক্ষাৎ কৰে। অকল খাৰ্গেয়ে  নহয়, বুধবাৰে সিদ্দাৰমাইয়া আৰু শিৱকুমাৰৰ সৈতেও ৰাহুল গান্ধীয়ে পৃথক পৃথক বৈঠকত মিলিত হয়।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ এটা অংশই আশংকা কৰিছিল যে সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী নকৰিলে বিদ্ৰোহ কৰিব পাৰে। আনকি কংগ্ৰেছ দলৰ এটা অংশই তেওঁ জেডিএছ, বিজেপিৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰিব পাৰে বুলিও আশংকা কৰিছিল। কাৰণ, সিদ্দাৰমাইয়া এজন অʼবিচিৰ নেতা। লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অʼবিচি পৰিচয় প্ৰতিহত কৰিবলৈ কৰ্ণাটকত প্ৰয়োজন সিদ্দাৰমাইয়াৰ।

খাৰ্গেয়ে ৰাহুল আৰু ছোনিয়াৰ সৈতে ভিডিঅ’ কনফাৰেন্স কৰিও সমাধান বিচাৰি উলিয়ায়। ইয়াৰ মাজতে ইতিমধ্যে বাংগালুৰুৰ শ্ৰীকান্তিৰাভা ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হৈছে। আমন্ত্ৰণ পত্ৰৰ খচৰাও প্ৰস্তুত কৰা হৈছে। কিন্তু কোনো চূড়ান্ত সিদ্ধান্ত নোলোৱাৰ বাবে চূড়ান্ত প্ৰস্তুতি বন্ধ হৈ পৰিৰে। অৱশেষত সেয়া বৃহস্পতিবাৰে সন্ধিয়া স্পষ্ট হʼব।

Tags: Siddaramaiah
Share4Tweet3Send

Related Posts

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি
National-International

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

by Staff Reporter
June 15, 2026
50
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু
National-International

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

by Staff Reporter
June 15, 2026
50
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

by News Desk
June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

by Staff Reporter
June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

by Staff Reporter
June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি
National-International

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

June 15, 2026
50
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু
National-International

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
50
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

June 15, 2026
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx