ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam-Meghalaya Border I অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক

বৰ্ডাৰ প্ৰটেকছন ভিজিলেন্স কমিটি গঠন

ASSAM TIMES POST by ASSAM TIMES POST
May 13, 2023
Reading Time: 1 min read
A A
0
Assam-Meghalaya Border I অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিক লৈ ডিফুত শনিবাৰে কাৰ্বি আংলঙৰ সকলো ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, অন্যান্য সামাজিক-সাংস্কৃতিক সংগঠনৰ উপৰি প্ৰাক্তন সাংসদ, বিধায়কসকলৰ লগতে নেতৃস্থানীয় ব্যক্তিসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।

অসম-মেঘালয় সীমান্ত
অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক:

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উপস্থিত সকলোৱে শেহতীয়া ঘটনা প্ৰৱাহক প্ৰতিহত কৰাৰ বাবে মন্তব্য আগবঢ়ায়।দিনৰ ১১ বজাৰ পৰা ৬ ঘণ্টা সময়জুৰি এই বিষয়ত আলোচনা অনুষ্ঠিত হোৱা দেখা যায়।

97ee0579 7d83 47e2 96c4 20fef501d6b7 | ASSAM TIMES POSTসীমান্তৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰি দিয়া সমিতিখনে বিষয়টো আলোচনাৰ মাজেৰে নিষ্পত্তি কৰিব লাগে বুলি আজিৰ বৈঠকে মন্তব্য আগবঢ়ায়।এই সমিতিখনত পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তৱৰ্তী কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ আমৰেং, ছচেং, চিণ্ঠং আৰু আমৰি সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধিসকল অন্তৰ্ভুক্ত হৈ আছে।

অসম-মেঘালয় আৰু অসম-নগালেণ্ডৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে সীমান্তত বসবাস কৰা সকলো ৰাজনৈতিক দলৰ সদস্যক লৈ Border Protection Vigilance Committee গঠন কৰা হয়।

ce40aab0 d61f 40a7 9c50 b056228e8ee2 | ASSAM TIMES POSTএই সমিতিসমূহে সীমান্তৰ সমস্যা সন্দৰ্ভত আলোচনাৰ মৰ্মে গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অৱগত কৰিব। পৰিষদে এই সন্দৰ্ভত সকলোধৰণৰ সহযোগিতা আগবঢ়াব।মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ সৈতেও সীমান্তৰ সমস্যা সন্দৰ্ভত জিলাখনৰ সকলো ৰাজনৈতিক দলৰ নেতৃত্বই আলোচনাত বহাৰ পোষকতা কৰে।

ৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে Give & Take নীতি সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই বুলি অৱগত কৰে কাৰ্বি আংলং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে।জিলাখনৰ সৰ্বদলীয় নেতৃত্বই আৰু ৰাজ্য চৰকাৰক সাক্ষাৎ কৰি চৰকাৰৰ Give & Take নীতিৰ বিৰুদ্ধাচৰণ কৰিবলৈ পৰামৰ্শ আগহঢ়ায় ASDC দলৰ প্ৰতিনিধিয়ে। এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিশেষ অধিৱেশন অনুষ্ঠিত কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈয়ো পৰামৰ্শ আগবঢ়োৱা হয়।

Tags: অসম-মেঘালয় সীমান্তৰশেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx