Indian navy : জলদস্যুৰ বিৰুদ্ধে ৪৮ ঘণ্টীয়া অভিযানত ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰে অপহৃত ইৰাণৰ ট্ৰলাৰৰ পৰা ২০ বন্দীক
ভাৰতীয় নৌসেনাই আৰব সাগৰত ছোমালি জলদস্যুৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। যোৱা সপ্তাহত ইৰাণৰ এখন ট্ৰলাৰ জলদস্যুই অপহৰণ কৰিছিল। জাহাজখনৰ ২০ ...









