Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
অৰুণাচল প্ৰদেশত নতুন জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰতিবাদত সোৱণশিৰি জিলাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল কেইবাটাও সংগঠনে। সোমবাৰৰ কাৰ্যসূচীয়ে হঠাতে হিংসাত্মক ...







