ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Same-sex marriage I ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনেকি? গোচৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ

নিউজ ডেস্কঃ

News Desk by News Desk
April 18, 2023
Reading Time: 1 min read
A A
0
Same-sex marriage I ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনেকি? গোচৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

এইবাৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) গোচৰটো ৫জন ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে। ১৮ এপ্ৰিলত ৫জনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হʼব এই গোচৰৰ। সোমবাৰে আদালতে এই গোচৰটোক মৌলিক গুৰুত্বৰ বিষয় বুলি অভিহিত কৰে।

ভাৰতত সমলিংগ বিবাহক (Same-sex marriage in India) আইনী স্বীকৃতি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদনৰ এটা গোট দাখিল কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ মতামত জানিব বিচাৰিছিল আদালতে। শেহতীয়াকৈ কেন্দ্ৰৰ হৈ এক শপতনামাৰ জৰিয়তে সমলিংগ বিবাহক লৈ আপত্তি প্ৰকাশ কৰিছে কেন্দ্ৰই। ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে গোচৰটো ৫জনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰে। আদালতে কয়, এই সন্দৰ্ভত যিয়েই সিদ্ধান্ত লোৱা হয়, সমাজত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব।

 

সমলিংগ বিবাহ
ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনেকি

সমকামিতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিগত সময়ত যুগান্তকাৰী ৰায় দি আহিছে। সেয়া ২০১৮ চনৰ কথা। ভাৰতত সমকামিতা অপৰাধ নহয়- উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে ‘এলজিবিটিকিউ’ সম্প্ৰদায়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। এই ৰায়দানৰ পিছত বহুতৰ ধাৰণা যে এই দেশৰ সমকামী লোকসকল অতিশয় ‘স্বাধীন’ হৈ পৰিছে।

আনকি, একাংশ লোকে ভাবে যে সমাজত থকা ভুল ধাৰণাবোৰ বহুখিনি আঁতৰাই পেলোৱা হৈছে। আকৌ সমাজত তথাকথিত সমকামীসকলৰ গ্ৰহণযোগ্যতাও বহুত বাঢ়িছে। ২০১৮ চনৰ সেই ৰায়দানৰ পিছত ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী অধিক শক্তিশালী হৈ উঠিছিল। আনকি, দেশৰ শীর্ষ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ৰ পাছত দেশত সমলিংগ বিবাহ সংঘটিত হৈছে৷ কলকাতা, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন চহৰত এনেধৰণৰ বিবাহৰ খবৰ শিৰোনামলৈ আহিছে।

২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমকামিতাৰ ৰায়দানৰ পিছত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী তীব্ৰতৰ হৈ পৰে। যদিও কেন্দ্ৰই ইয়াৰ ওপৰত আপত্তি কৰিছে। কেন্দ্ৰৰ মতে এনে বিবাহ ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ লগত সামঞ্জস্যপূৰ্ণ নহয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Same-sex marriage in IndiaSAMESEXMARRAGEভাৰতত সমলিংগ বিবাহসমলিংগ বিবাহ
Share4Tweet3Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
50
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ
DIPHU

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
50
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d