ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam University I অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰৰ অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 23, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

শিলচৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ অসম বিশ্ববিদ্যালয় (Assam University) ডিফু চৌহদৰ (Diphu Campus) বিভিন্ন সমস্যাৰে জৰ্জৰিত ১০ দফীয়া দাবী (10 points Demands) লৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাই (University Students’ Union) আজিৰে পৰা বিশ্ববিদ্যালয় চৌহদতে ৰূপায়ণ কৰি আছে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা (Indefinite sit-in) কাৰ্যসূচী ৷ অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ সন্থাৰ সভাপতি ছাৰ হাবে ক্ৰ’ আৰু সাধাৰণ সম্পাদক ছেমছন ইংতিৰ নেতৃত্বত সদস্যসকলে প্ৰতিবাদত নামি পৰে ৷ 

 অসম বিশ্ববিদ্যালয়
অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰৰ অনিৰ্দিষ্টকালীন ধৰ্ণা :

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’ কাৰ্ড, বেনাৰ ফেষ্টুন আদিলৈ আমাৰ দাবী মানিবই লাগিব, ষ্টুডেণ্ট ইউনিটি লংলীভ, আমাৰ বাছ ক’ত, আমাৰ খেলপথাৰ ক’ত, আমাৰ স্বাস্থ্য বীমাৰ কি হ’ল? আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অসম বিশ্ববিদ্যালয় ডিফু চৌহদ ষ্টুডেণ্ট ইউনিয়নৰ ছাত্ৰ নেতা সকলে বিশ্ববিদ্যালয়খনৰ অযোগ্য প্ৰশাসনিক ব্যৱস্থাৰ বাবে বিগত ষোল্ল বছৰে ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে বুলি কয় ৷ সেয়ে উপায়হীনহৈ আজি ষ্টুডেণ্টছ ইউনিয়নে দহ দফীয়া দবী লৈ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা ৰূপায়ন কৰিবলৈ বাধ্য হৈছে বুলি কয় ৷

universityp4 | ASSAM TIMES POST

১০টা দাবী ক্ৰমে, খালী হৈ থকা শিক্ষকৰ স্থায়ী পদসমূহ শীঘ্ৰে পূৰণ কৰক, গেষ্ট শিক্ষক পদ শীঘ্ৰে পূৰণ কৰক, অসম বিশ্ববিদ্যালয় ডিফু চৌহদত শীঘ্ৰে নন টিছিং ষ্টাফ বৃদ্ধি কৰা, বিশ্ববিদ্যালয়ৰ বাছৰ সংখ্যা বৃদ্ধি কৰা, বিশুদ্ধ আৰু স্বাস্থ্যসন্মত খোৱা পানীৰ ব্যৱস্থা কৰা, বিল্ডিঙ উন্নীতকৰণ কৰা, ছাত্ৰ-ছাত্ৰীৰ বাবে শীঘ্ৰে খেলপথাৰ নিৰ্মাণ কৰা, বংলং তেৰাঙৰ সোঁৱৰণত শীঘ্ৰে পুথিভঁড়াল নিৰ্মান কৰা, স্বাস্ব্য বীমাৰ কৈফিয়ৎৰ ব্যৱস্থা কৰা, শীঘ্ৰে প্ৰাক্তন ছাত্ৰ সন্থা গঠনৰ ব্যৱস্থা কৰা ৷

universityp3 | ASSAM TIMES POST

আনহাতে একাংশ ছাত্ৰ নেতাই অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ উপাচাৰ্য শিৱাসীষ বিশ্বাসক এই সন্দৰ্ভত জগৰীয়া কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ বাবে কেতিয়াও উপাচাৰ্যগৰাকী আলোচনাত নবহাৰ অভিযোগ তোলে ৷ উপাচাৰ্য শিৱাসীষ বিশ্বাস অৱস্থান ধৰ্ণাত অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক বুজনি দিবলৈ প্ৰতিবাদস্থলীত আহিলেও দাবী পূৰণৰ লিখিত প্ৰতিশ্ৰুতি নোপোৱালৈকে অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী চলি থাকিব বুলি কয় ছাত্ৰ নেতাসকলে ৷ আজিৰ অৱস্থান ধৰ্ণা কাৰ্যসুচীত অসম বিশ্ববিদ্যালয় ডিফু চৌহদ ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰক্তন সাধাৰণ সম্পাদক জৰ্জ তিমুং উপস্থিত থাকি প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত মন্তব্য ৰাখে ৷

Tags: Assam UniversityDiphu CampusIndefinite sit-inঅনিৰ্দিষ্টকালীন ধৰ্ণাঅসম বিশ্ববিদ্যালয়ডিফু চৌহদ
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx