ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India-China I চীন-ভাৰত সম্পৰ্ক সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰীক পোনপটীয়া উত্তৰ জয়শংকৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 3, 2023
Reading Time: 1 min read
A A
0
India-China I চীন-ভাৰত সম্পৰ্ক সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰীক পোনপটীয়া উত্তৰ জয়শংকৰৰ

RELATED POSTS

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

ভাৰত-চীনৰ (India-China) সম্পৰ্ক এতিয়াও স্বাভাৱিক নহয়। চাউথ ব্লকৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত জি-২০ (G-20) সন্মিলনৰ পাৰ্শ্বীয় বৈঠকত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে (S Jaishankar) চীনৰ বৈদেশিক মন্ত্ৰী কিন গেঙক (Qin Gang) এই কথা স্পষ্ট ভাষাৰে কয়।

India-China
চীনৰ বৈদেশিক মন্ত্ৰীক পোনপটীয়া উত্তৰ জয়শংকৰৰ:

লাডাখৰ গালৱান উপত্যকাৰ জুন, ২০২০ৰ ৰক্তাক্ত স্মৃতি এতিয়াও ম্লান হোৱা নাই। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) সিপাৰে চীনৰ সৈন্য এতিয়াও কিছুমান অঞ্চলত শিপাই আছে বুলি অভিযোগ উঠিছে, যʼত পাংগং হ্ৰদৰ উত্তৰ মূৰ, ডেপছাং উপত্যকাও আছে।

দুয়োখন দেশৰ সেনাবাহিনীৰ ক’ৰ কমাণ্ডাৰ পৰ্য্যায়ৰ বৈঠক সময়ে সময়ে চলি আছে। ইফালে, যোৱা বছৰ অৰুণাচলৰ (Arunachal) টাৱাং (Tawang) সীমান্তত টহল দি থকা ভাৰতীয় জোৱানক চীনা বাহিনীয়ে আক্ৰমণ চলাইছিল। এই উত্তেজনাৰ পৰিৱেশত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছে চীনৰ বৈদেশিক মন্ত্ৰী। ২০১৯ চনৰ পিছত চীনৰ আন এজন বৈদেশিক মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰে।

ভাৰত ভ্ৰমণৰ পূৰ্বে গেঙে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ আহ্বান জনাইছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, জয়শংকৰে সীমান্তত চীনা সেনাৰ “কাৰ্য্যকলাপ” হ্ৰাস কৰাটো ৪৫ মিনিটৰ পাৰ্শ্বীয় বৈঠকৰ অন্যতম “পূৰ্বচৰ্ত” হিচাপে আলোকপাত কৰে।

চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাৰ অন্তত সংবাদমেলত জয়শংকৰে কয়, “চীনৰ বৈদেশিক মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত তেওঁৰ সৈতে মোৰ এইখন প্ৰথম সাক্ষাৎ আছিল। দ্বিপাক্ষিক সম্পৰ্কৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে আজিৰ আলোচনাৰ বিষয় আছিল। বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে প্ৰকৃত বিষয়সমূহৰ ওপৰত কোনো ধৰণৰ সংকোচ নকৰাকৈ মুকলিকৈ আলোচনা কৰা উচিত।”

মুকলি আলোচনা নহʼলে দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক অৱস্থালৈ ঘূৰি নাহে বুলি উল্লেখ কৰি জয়শংকৰে কয়, “আমাৰ আলোচনাৰ মূল লক্ষ্য হৈছে সীমান্তত শান্তি ঘূৰাই অনা। যদি সীমান্তৰ পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নহয় তেন্তে ভাৰত আৰু চীনৰ মাজত স্থায়ী শান্তি ঘূৰি নাহিব। আমি নিজৰ স্থিতিতেই আছো।

যদিহে চীনে সীমান্তত শান্তি বিঘ্নিত কৰে তেন্তে ইয়াৰ প্ৰভাৱ পৰিব দ্বিপাক্ষিক সম্পৰ্কত। আমাৰ সম্পৰ্ক স্বাভাৱিক নহয়। সীমান্তৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ই স্বাভাৱিক হʼবই নোৱাৰে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: India-China
Share5Tweet3Send

Related Posts

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
50
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
National-International

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

by News Desk
August 26, 2026
50
US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ
National-International

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

by News Desk
August 26, 2026
50
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d