ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Modern shahjahan I আধুনিক শ্বাহজাহান : পত্নীৰ সপোন পূৰণৰ বাবে নিৰ্মাণ কৰিলে ৭ কোটি টকাৰ মন্দিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 24, 2023
Reading Time: 1 min read
A A
0
Modern shahjahan I আধুনিক শ্বাহজাহান : পত্নীৰ সপোন পূৰণৰ বাবে নিৰ্মাণ কৰিলে ৭ কোটি টকাৰ মন্দিৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

সম্ৰাট শ্বাহজাহানে( Shahjahan)তেওঁৰ পত্নী মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। আৰু এইবাৰ ওড়িশাৰ (Odisha) এজন ব্যক্তিয়ে পত্নীৰ সপোন পূৰণৰ (Fulfilling wife’s dream) বাবে মন্দিৰ নিৰ্মাণ (Temple construction) কৰিলে। সন্তোষী মাৰ মন্দিৰ নিৰ্মাণৰ বাবে ৭ কোটি (7 crore) টকা ব্যয় কৰে তেওঁ। ওড়িশাৰ জাজপুৰ (Jajpur Dist.) জিলাৰ চিকানা গাঁৱত নিৰ্মাণ কৰে এই মন্দিৰটো। শুকুৰবাৰে পোহৰলৈ আহে এই খবৰ।

মন্দিৰ
পত্নীৰ সপোন পূৰণৰ বাবে নিৰ্মাণ মন্দিৰ:

‘ওড়িছা টিভিʼৰ তথ্য অনুসৰি, ব্যক্তিজনৰ নাম ক্ষেত্ৰবাসী লেংকা (Khatrabasi Langka)। পেছাত তেওঁ এজন উদ্যোগপতি। তেওঁৰ পত্নী বৈজয়ন্তী সন্তোষী মাৰ ডাঙৰ অনুৰাগী। গাঁৱত সন্তোষী মাৰ (Santoshi Maa) মন্দিৰ নিৰ্মাণৰ বাবে বৈজয়ন্তী (Vyjayanthi)ৰ বৰ হেঁপাহ আছিল। পত্নীৰ ইচ্ছা পূৰণৰ বাবে ক্ষেত্ৰবাসীয়ে গাঁৱতে মন্দিৰ নিৰ্মাণ কৰিলে।

এই মন্দিৰটো দক্ষিণ ভাৰতীয় স্থাপত্যৰ শৈলীত নিৰ্মাণ কৰা হৈছে। হায়দৰাবাদত থাকে এই দম্পতীহাল। বহুদিন ধৰি বৈজয়ন্তীয়ে গাঁৱতে সন্তোষী মাৰ মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল। পত্নীৰ এই ইচ্ছা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল স্বামীয়ে। একেদৰে ২০০৮ চনত মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। সেই নিৰ্মাণ অৱশেষত সম্পূৰ্ণ হʼল। সন্তোষী মাৰ মূৰ্তিৰ উপৰি মন্দিৰত শিৱ, গণেশ, হনুমান, নৱগ্ৰহ দেৱতাৰো পূজা হʼব।

সপোন পূৰণৰ সন্দৰ্ভত বৈজয়ন্তীয়ে সংবাদ মাধ্যমৰ আগত কয়, “গাঁওখনত মন্দিৰ নিৰ্মাণৰ এক বৃহৎ আকাংক্ষা আছিল। মোৰ স্বামীৰ ওচৰত মই কৃতজ্ঞ। তেওঁ মোৰ সপোন বাস্তৱায়িত কৰিলে। আমি এটা সৰু মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিলো। কিন্তু ভগৱানৰ আশীৰ্বাদত আমি গাঁওখনত এটা সুন্দৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো।”

Tags: 7 crore templeOdishaওড়িছা৭ কোটিৰ মন্দিৰ
Share4Tweet3Send

Related Posts

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT