ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bokakhat I বোকাখাত ‘ধূলিয়ৰি ফাগুনৰ ৰিং’ শীৰ্ষক কবি সন্মিলন অনুষ্ঠান

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
February 13, 2023
Reading Time: 1 min read
A A
0
Bokakhat I বোকাখাত ‘ধূলিয়ৰি ফাগুনৰ ৰিং’ শীৰ্ষক কবি সন্মিলন অনুষ্ঠান

RELATED POSTS

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST
যোৱা ১১ ফেব্ৰুৱাৰীত বোকাখাত (Bokakhat) পুৱতি সাহিত্য সভা ভৱনত বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত বোকাখাতৰ চাৰিগৰাকী কৃতিমানক সম্বৰ্ধনা জনোৱাৰ লগতে অনুষ্ঠিত হয় ‘ধূলিয়ৰি ফাগুনৰ ৰিং’ শীৰ্ষক এখনি কবি সন্মিলন (Poet’s Conference)। বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ মহুৰত কৰে।

boka1 1 1 | ASSAM TIMES POST
কবি সন্মিলন:

স্মৃতি তৰ্পণ কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক পাৰভেজ হুছেইনে। বৰগীত পৰিৱেশন কৰে উদীয়মান বৰগীত শিল্পী ৰুণজুন শইকীয়া দত্তই। শিল্পী ৰুণজুন শইকীয়া দত্তৰ লগতে বাদ্যযন্ত্ৰী ক্ৰমে ৰূপম শইকীয়া আৰু তন্ময় শইকীয়াক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মিনতি দলেই।

সম্বৰ্ধনা অনুষ্ঠানত ২০২২ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক দুগৰাকী ক্ৰমে বোকাখতীয়া শিপাৰ অসমৰ বিশিষ্ট কবি, নাট্যকাৰ, নাট পৰিচালক ৰফিকুল হোছেইন আৰু বিশিষ্ট কবি-লেখিকা তথা বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাক সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধিত ব্যক্তি সকলক একোখনিকৈ গামোচা, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়। সম্বৰ্ধিত ব্যক্তি সকলৰ লগতে আমন্ত্ৰিত ব্যক্তি সকলে ভাষন প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাবে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক পাৰভেজ হুছেইনৰ লগতে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কোষাধ্যক্ষ বিজয় কুমাৰ স্বৰ্ণকাৰ, অসমৰ বিশিষ্ট চলচিত্ৰ পৰিচালক মঞ্জুল বৰুৱা, গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট কবি নাট্যকাৰ সাংবাদিক অমৰ শৰ্মা আৰু গোলাঘাট সদৰ কবি সন্মিলনৰ সভাপতি কমলাক্ষী দত্ত।

বিশিষ্ট অতিথি সকলক একোখনিটিকৈ জনগোষ্ঠীয় গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্দ্ধিত চাৰিও গৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ক্ৰমে পাৰভেজ হুছেইন, বিজয় কুমাৰ স্বৰ্ণকাৰ, মঞ্জুল বৰুৱা, অমৰ শৰ্মা আৰু কমলাক্ষী দত্তই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।

boka2 1 1 | ASSAM TIMES POST

পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় কবি সন্মিলন। বন্তি প্ৰজ্বলন কৰি কবি সন্মিলনখনিৰ উদ্ধোধন কৰে বিশিষ্ট কবি অজিত গগৈয়ে, সঞ্চালনা কৰে বিশিষ্ট কবি ছৱি বৰুৱাই। কবি সন্মিলনত প্ৰায় ৩০ গৰাকী কবিয়ে কবিতা পাঠ কৰে।

অনুষ্ঠানত বোকাখাত মহকুমা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক মৃদুস্মিতা শৰ্মা, বিশিষ্ট কবি লেখিকা কল্পনা চেতিয়া, বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মিনতি দলে, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক তথা বোকাখাত মহকুমা কবি সন্মিলনৰ উপ সভাপতি গীতাঞ্জলি কলিতা, ভাৰতীয় চাহ মজদুৰ সংঘৰ উপ সভাপতি তথা বোকাখাত মহকুমা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মনোজ কৰ্মকাৰ, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহ সম্পাদক তথা বোকাখাত মহকুমা কবি সন্মিলনৰ সহ সম্পাদক পংকজ কালিন্দী আৰু বিশিষ্ট গল্পকাৰ, সাংবাদিক তথা বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল হাজৰিকা, বিভিন্ন সাংগঠনিক ক্ষেত্ৰত স্থান প্ৰাপ্ত হোৱা আৰু বিশিষ্ট সন্মানৰ বাবে অভিনন্দন জনোৱা হয়। বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তৰ লগতে যুৱ সাংবাদিক সন্দীপ পানিকা আৰু বোকাখাত পুৱতি সাহিত্য সভা ভৱনৰ তদাৰকী দায়িত্বত থকা মনোজ নেওগকো একোখনকৈ ফুলাম গামোচাৰে সন্মান যচা হয়।

boka3 1 | ASSAM TIMES POST

অনুষ্ঠানতে নতুনকৈ সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য হোৱা বোকাখাত মহকুমা কবি সন্মিলনৰ অন্তৰ্গত কেইবা গৰাকী বিশিষ্ট ব্যক্তিলৈ সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

অনুষ্ঠানত বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা সকল, বিষয় ববীয়া সকলৰ লগতে সদস্য সকল, একাংশ সাংবাদিক আৰু যথেষ্ট সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক অজন্তা তালুকদাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Poet's Conferenceকবি সন্মিলন
Share8Tweet5Send

Related Posts

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

by ASSAM TIMES POST
August 27, 2026
50
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d