ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Chiled deadbody: ডিব্ৰুগড়ত জাবৰৰ দমত উদ্ধাৰ হ’ল অপহৃত শিশুৰ পৰিত্যক্ত মৃতদেহ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 3, 2023
Reading Time: 1 min read
A A
0
Chiled deadbody: ডিব্ৰুগড়ত জাবৰৰ দমত উদ্ধাৰ হ’ল অপহৃত শিশুৰ পৰিত্যক্ত মৃতদেহ

RELATED POSTS

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

বিগত ৩০ জানুৱাৰী তাৰিখে চকলেট খোৱাৰ প্ৰলোভনেৰে ডিব্ৰুগড় চহৰৰ (Dibrugarh) মাজমজিয়াৰ পৰা এটি ৪ বছৰীয়া শিশুক অপহৰণ (Child Kidnap) কৰা হৈছিল। আজি আশ্চৰ্যজনক ভাৱে শিশুটিক পুৰণি হাইস্কুল খেলপথাৰৰ সমীপৰ পি ডব্লিউ কলনীত আৰক্ষী অধীক্ষক বাসগৃহৰ সমীপত এটা জাবৰৰ দমত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয়। এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শেহতীয়াকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Child Kidnap
অপহৃত শিশুৰ পৰিত্যক্ত মৃতদেহ উদ্ধাৰ :

শিশুটিৰ অপহৃত হোৱাৰ লগে লগে চি চি টিভিৰ ভিডিঅ’ ফুটেজ পৰ্যন্ত ডিব্ৰুগড়ৰ আৰক্ষীক দিয়া হৈছিল আৰু যোৱা ১ ফেব্ৰুৱাৰীত অপহৃতৰ সন্ধান উলিওৱাৰ দাবীত সদৰ থানা ঘেৰাও কৰি স্থানীয় লোকে ধৰ্ণাৰে এক উতপ্ত পৰিস্থিতিৰ স্বৃষ্টি কৰিছিল যদিও ডিব্ৰুগড়ৰ স্মাৰ্ট আৰক্ষীয়ে প্ৰকৃত অপহৰণকাৰী আৰু অপহৃতৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত চুড়ান্তভাবে ব্যৰ্থ হোৱাত উত্তেজিত হৈ পৰিছিল স্থানীয় লোক সকল।

আজি পুনৰ বাৰ আৰক্ষী থানা ঘেৰাও কৰি ধৰ্ণা দিয়ে স্থানীয় লোকে। পৰৱৰ্তী সময়ত দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, শিশুটিক চকলেট দিয়াৰ প্ৰলোভন দি লৈ যোৱা ব্যক্তি জনক চিনাক্ত কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই সন্দৰ্ভত আজি আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই সংবাদমেলৰ জৰিয়তে জানিবলৈ দি কয় যে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্ত জনৰ নাম সুৰজ কৰ্মকাৰ।

কৰ্মকাৰক প্ৰধানত এজন মদাহী বুলি উল্লেখ কৰি প্ৰলোভনৰে অপহৰণ কৰি শিশুটিৰ ওপৰত যৌন অতিশয্য চলাইছিল। লগতে সুৰজ কৰ্মকাৰে অপহৰণ কৰা বুলিও স্বীকাৰোক্তি দিছে বুলি সদৰী কৰে যদিও কি উদ্দেশ্যে শিশুটিক অপহৰণ কৰা হৈছিল সেয়া আৰক্ষীৰ আগত প্ৰকাশ কৰা নাই।

কিন্তু আৰক্ষীৰ জালত অভিযুক্ত থকাৰ পিছতো কেনেদৰে শিশুটিৰ নিৰ্যাতন চলাই হত্যা কৰা হ’ল সেয়া এতিয়াও প্ৰশ্নৰ আৱৰ্তত। আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিবলৈ অহাত স্থানীয় লোকে চমজি লোৱাৰ অস্বীকাৰ কৰি বাতৰি লিখা পৰলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ডিব্ৰুগড়
Share4Tweet3Send

Related Posts

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
51
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
52
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
ADVERTISEMENT
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d