ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin seized :কাৰবি আংলঙত প্ৰায় ১ কোটিৰ অধিক টকাৰ হেৰ’ইন জব্দ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
February 1, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

কাৰবি আংলং (Karbi Anglong) জিলাত বুধবাৰে পুৱাৰ ভাগত অবৈধ ড্ৰাগছ বিৰোধী অভিযানত কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ আজি এক গোপন সূত্ৰৰ ভিত্তিত ডিফু আৰু লাহৰিজানৰ দুটা পৃথক স্থানত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত উদ্ধাৰ হয় ১ কেজিতকৈ অধিক মূল্যৰ সন্দেহযুক্ত হেৰইন (Heroin seized) ৷

হেৰ'ইন জব্দ
Heroin seized in Assam’s Karbi Anglong:

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত উজনিমুৱা অৱাধ আচাম এক্সপ্ৰেছ ৰে’ল যোগে দুজন লোকে ড্ৰাগছ সৰবৰাহৰ গোপন খবৰ লাভ কৰি জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ২০ বিএন চি আৰপিএফ ডিফু থানাৰ অ’চি জে এছ খবুঙৰ লগতে থানা ষ্টাফৰ সহযোগত ডিফু ৰে’ল ষ্টেচনত সন্দেহযুক্ত হেৰইনখিনি ওচৰত উদ্ধাৰ (heroin recovered nearby at Diphu railway station) কৰিবলৈ সক্ষম হয় ৷

হেৰইনখিনিৰ ওজন ১ কেজি ৩৬ গ্ৰাম, ইয়াৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। হেৰইনখিনি ৰাজস্থানৰ পৰা ট্ৰেইনযোগে ডিফুত কাৰোবাক সৰবৰাহ কৰিব আনিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ হেৰইনখিনিৰ সৈতে আৰক্ষীয়ে দুজন লোকক আটক কৰিছে৷ লোক দুজন ক্ৰমে, ৰাজস্থানৰ চন্দ্ৰ শেখৰ সেন (৪৫) আৰু ধীৰাজ চলাংকি (৩০)।

drugP1 1 | ASSAM TIMES POST

আনহাতে আজি পুৱাৰ ভাগত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানতো উদ্ধাৰ হয় সন্দেহযুক্ত হেৰইন আৰু আটক হয় এটা সৰবৰাহকাৰী ৷ গোপন খবৰৰ ভিত্তিত লাহৰিজানত লাহৰিজান পহৰা চকীত নাকা তালাচীত উদ্ধাৰ হয় বুজন পৰিমাণৰ হেৰইন৷ লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন গগৈ নেতৃত্বত চি ২০ চিআৰপিএফৰ দল আৰু পহৰাচকীৰ ষ্টাফৰ সহযোগত চলিছিল অভিযান৷ তালাচীকালত AS-02-C-2548 নম্বৰৰ এখন টাটা ডিআই বাহনৰ পৰা উদ্ধাৰ হয় হেৰইনখিনি ৷

drugP3 1 | ASSAM TIMES POST

২৫টা চাবোনৰ (25 soaps) বাকচত সৰবৰাহকাৰীয়ে কঢ়িয়াই আনিছিল ৩০৪ গ্ৰাম সন্দেহযুক্ত হেৰইন (304 grams of suspected heroin) ৷ সন্দেহযুক্ত হেৰইনখিনিৰ সৈতে আৰক্ষীয়ে ডবকাৰ ওচৰৰ হালধিআটিৰ আব্দুল মতিনৰ পুত্ৰ ফয়েজউদ্দিন নামৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ এই সন্দৰ্ভত অধিক তথ্যৰ তিনিটা সৰবৰাহকাৰীক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখেছে বুলি জানিব পৰা গৈছে৷ জব্দকৃত সন্দেহযুক্ত হেৰইনখিনিৰ বজাৰ মূল্য 2 কোটিতকৈ অধিক টকাৰ হব বুলি জানিব পৰা গৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: drugs seizedLahrijanজব্দলাহৰীজান
Share5Tweet3Send

Related Posts

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

by ASSAM TIMES POST
August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
70
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d