ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

নিউজ ডেস্কঃ

News Desk by News Desk
January 30, 2023
Reading Time: 1 min read
A A
0
পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

পাকিস্তানৰ পেছোৱাৰৰ (Pakistan’s Peshawar) মছজিদৰ ভিতৰত (Inside the mosque) নামাজ পঢ়াৰ সময়ত (While praying) ‘আত্মঘাতী’ (Suicidal) বিস্ফোৰণত কমেও ২৮ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ (Death) আশংকা প্ৰসাশনৰ। আঘাতৰ সংখ্যা কমেও ১৫০ জন সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, বিস্ফোৰণৰ প্ৰভাৱৰ বাবেই মছজিদৰ এটা অংশ ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হয়। অৱশ্যে এই ধ্বংসাৱশেষৰ তলত কিমানজন লোক আছে সেয়া প্ৰথমে জানিব পৰা হোৱা নাছিল। 

বিস্ফোৰণ
পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণ:

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই ঘটনাক গৰিহণা দিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানেও ইয়াৰ গৰিহণা দিয়ে।সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে বিয়লি পেছোৱাৰৰ পুলিচ লাইনছ অঞ্চলৰ এটা মছজিদত নামাজৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণ। ঘটনাৰ সময়ত মছজিদত সমবেত হয় কমেও ২৬০ জন নাগৰিক। স্থানীয় সূত্ৰ অনুসৰি, এই ঘটনাত কমেও ২৮ জন লোকৰ মৃত্যু হৈছে।

আহত ১৫০ জন লোক। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে প্ৰশাসনে।পাকিস্তানী সংবাদ মাধ্যম “জিঅ’ নিউজ”ৰ মতে, বিস্ফোৰণৰ পূৰ্বে আত্মঘাতী বোমাৰুজন মছজিদৰ ভিতৰত আছিল। নামাজৰ বাবে গোটখোৱা মানুহৰ মাজত তেওঁ আগৰ শাৰীত আছিল।

মছজিদৰ নিৰাপত্তাৰক্ষীয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, দুষ্কৃতিকাৰীয়ে নামাজৰ সময়ত বিস্ফোৰণ ঘটায়। পেছোৱাৰ আৰক্ষী অধীক্ষক মহম্মদ ইজাজ খানে এ এফ পি সংবাদ সংস্থাক জনোৱা মতে, মছজিদত নামাজৰ সময়ত ১.৪০ বজাত এই বিস্ফোৰণ সংঘটিত হয়। এই খবৰ পাই স্থানীয় আৰক্ষী বিষয়া মছজিদত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

আহতসকলক উদ্ধাৰ কৰি পেছোৱাৰৰ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনৰ মুখপাত্ৰ মহম্মদ অসীম খানে কয়, ‘ঘটনাস্থলীৰ পৰা বহু মৃতদেহ উদ্ধাৰ কৰা হৈছে।’ আহতসকলৰ ভিতৰত কমেও ১৩ জনৰ অৱস্থা সংকটজনক বুলি তেওঁ কয়। ছিকন্দৰ খান নামৰ এজন আৰক্ষী বিষয়াই কয়, “বিস্ফোৰণৰ বাবে মছজিদৰ এটা অংশ ভাঙি গৈছে। ইয়াৰ তলত বহু লোক সোমাই থকা বুলি ধাৰণা কৰা হৈছে।” বিস্ফোৰণৰ পিছত আৰক্ষীয়ে মছজিদৰ চাৰিওফালে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে।

Tags: PakistanPeswarSuicide bombingআত্মঘাতী বিস্ফোৰণপাকিস্তানপেছোৱাৰ
Share4Tweet3Send

Related Posts

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

by News Desk
June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

by News Desk
June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

by News Desk
June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

by News Desk
June 15, 2026
50
Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব
National-International

Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব

by News Desk
June 15, 2026
50
Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?
National-International

Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?

by Staff Reporter
June 15, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx