ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

নিউজ ডেস্কঃ

News Desk by News Desk
June 15, 2026
Reading Time: 1 min read
A A
0
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

বাংলাদেশৰ প্ৰধানমন্ত্ৰী (Bangladesh PM) তাৰিক ৰহমানৰ অন্যতম উপদেষ্টা (Advisor of Tariq Rahman) জাহিদ-উৰ ৰহমান (Zahid-ur Rahman)ক দিল্লীত প্ৰৱেশ কৰাত বাধা (Entry blocked in Delhi) দিয়াৰ অভিযোগ। দিল্লী বিমানবন্দৰত দুঘণ্টা আবদ্ধ হৈ আছিল। ইয়াৰ পিছত চহৰত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় অনুমতি লাভ কৰা হয়। অৱশ্যে জাহিদে পুনৰ দিল্লীত প্ৰৱেশ কৰাৰ কথা চিন্তা নকৰিলে। বাংলাদেশৰ সংবাদ মাধ্যম প্রথম আলোৰ মতে, এই ঘটনাৰ কাৰণ আৰু দেশখনত সঠিকভাৱে কি হৈছিল তাৰ তদন্ত চলি আছে৷ বিষয়টো তদন্ত কৰাৰ পিছত প্ৰাসংগিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

দিল্লীত আয়োজন কৰা হৈছে ছিনিয়ৰ এফেয়াৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়ান অ’চেন ৰিম চি এইচ চিৰ ২৮ সংখ্যক বৈঠকৰ। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত ১৫ আৰু ১৬ জুনত অনুষ্ঠিত হৈছে এই বৈঠক। তাত অংশ গ্ৰহণ কৰিবলৈ আহিছিল বাংলাদেশৰ প্ৰতিনিধি জাহেদ। আই আৰ এৰ বৈঠকত জাহিদ বাংলাদেশৰ প্ৰতিনিধি হ’ব বুলি আনুষ্ঠানিকভাৱে পত্ৰৰ জৰিয়তে অৱগত কৰা হৈছে।

bang | ASSAM TIMES POST
দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

একে সময়তে দিল্লীৰ পৰা বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লায়ো সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। তাৰ পিছতো কিয় এই পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত ভাৰতেও কোনো মন্তব্য কৰা নাই।

জাহেদ হৈছে বাংলাদেশৰ তথ্য, সম্প্ৰচাৰ আৰু সংস্কৃতি মন্ত্ৰালয়ৰো উপদেষ্টা। দেওবাৰে সন্ধিয়া তেওঁ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। প্ৰথমে তেওঁক ইমিগ্ৰেচন বিষয়াই বাধা দিয়ে। পিছত তেওঁক ওপৰ মহলৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ জাৰি কৰা হয়। কিন্তু তেতিয়ালৈকে ডেৰ-দুই ঘণ্টা পাৰ হৈ যায়। জাহেদে আই অ’ আৰৰ বৈঠকত উপস্থিত থাকিব নিবিচাৰি দেশলৈ উভতি যায়। কোনো কাৰণ নোহোৱাকৈয়ে তেওঁক বিমানবন্দৰত আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে এই ঘটনা সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী খলিলুৰ ৰহমানে কয়, “এয়া এক অপ্ৰত্যাশিত আৰু দুৰ্ভাগ্যজনক ঘটনা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। এই বিষয়ে আমি পিছত আপোনালোকক অৱগত কৰিম।”

Tags: BangladehZahid-ur Rahman
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

by News Desk
June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

by News Desk
June 18, 2026
50
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

by News Desk
June 18, 2026
50
ADVERTISEMENT
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx