ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অপশাসনৰ অভিযোগ তুলি এএছ ডিচি গণ প্ৰতিবাদী কাৰ্যসূচী

ASSAM TIMES POST by ASSAM TIMES POST
November 15, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলঙত পুণৰ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে বিৰোধী দল এএছ ডিচি৷ শাসকীয় বিজেপি দলৰ বিৰুদ্ধে দূৰ্নিতী আৰু অনিয়মৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ডিফুত ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰে ডিফু চহৰ উত্তাল কৰি তোলে জিলাখনৰ বিৰোধী আঞ্চলিক দল এএছডিচি আৰু ভাতৃ- ভগ্নী সংগঠন কেএছএ লগতে কেএনচিএ ৷ আজিৰ পুৱাৰ ভাগত ডিফুৰ মাজমজিয়াত থকা ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত ধৰ্ণা কাৰ্যসূচীত অৱস্থান কৰাৰ লগতে শাসকীয় চৰকাৰ খনৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে ৷

RELATED POSTS

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

বিৰোধীএএছডিচি দলৰ সভাপতি হলিৰাম তেৰাঙে এই সন্দৰ্ভত নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এসময়ত নিজকে কংগ্ৰেছ হিচাপে চিনাকি দিয়া বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা জিলাখনৰ উন্নয়ণৰ নামত আবণ্টিত হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ বিপৰীতে ইয়াৰ এটা ফুটা কড়িৰ ভাগো সাধাৰণ জনতাই নাপায় বুলি ক্ষোভ প্ৰকাশ কৰে ৷ পৰিষদৰ কৰ্তৃত্বাধীন প্ৰতিটো চৰকাৰী বিভাগতে ব্যাপক দুৰ্নিতী সংঘটিত হোৱাৰ অভিযোগ কৰি নেতাগৰাকীয়ে কয়যে,ডিফু নগৰৰ পানী যোগান ব্যৱস্থাৰ নামত কোনো কাম নকৰাকৈ ইতিমধ্যে আঠ কোটি টকা সৰকাই নিয়া হৈছে ৷

WhatsApp Image 2019 11 15 at 6.04.33 AM | ASSAM TIMES POST

ইয়াৰোপৰি শাসকীয় পৰিষদ চৰকাৰখনে বিগত বছৰ ৫/৬ বছৰত এআইবিপি আঁচনিৰ অধীনত জলসিঞ্চন বিভাগত চাৰিশ কোটি টকাৰ অপচয় কৰা বুলি অভিযোগ উত্থাপন কৰে ৷পৰিষদৰ সদস্য, কাৰ্যবাহী সদস্য সকলৰ আত্মীয়ৰ নামত তথা পৰিষদৰ কেতবোৰ বিষয়াৰ নামত কিছুমান কোম্পানী গঠন কৰি উক্ত কোম্পানী সমূহৰ জৰিয়তে চৰকাৰী ধনৰ লুণ্ঠন চলোৱা বুলি তেৰাঙে অভিযোগ উত্থাপন কৰে ৷ এনে একোটা কোম্পানীয়ে কোনো কাম নকৰাকৈয়েই পাঁচ কোটিৰ পৰা দহ কোটি টকা পৰ্যন্ত লুণ্ঠন কৰা বুলি নেতা গৰাকীয়ে এক বিষ্ফোৰক অভিযোগ উত্থাপন কৰে ৷

আদৰ্শ বিদ্যালয় স্থাপনৰ নামতো জিলাখনৰ এঘাৰটা উন্নয়ণ খণ্ডৰ বিপৰীতে এক কোটিকৈ টকাৰ আবণ্টন দিয়া হৈছিল যদিও আজি পৰ্যন্ত ইয়াৰ এখন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল বুলি দলটোৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে ৷ ১৯৫২ চনত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ গঠন হোৱাৰ সূত্ৰে পৰিষদ খনে লাভ কৰা ক্ষমতা তথা ইয়াৰ পিছৰ পৰ্যায়ত এমঅ’ যোগে লাভ কৰা বৰ্ধিত ক্ষমতা পিছ দুৱাৰেদি জিলাখনৰ পৰা হৰণ হৈছে বুলি অভিযোগ তোলে ৷

প্ৰাথমিক শিক্ষাৰ বাবে টেট পৰীক্ষাও বৰ্তমান পৰিষদৰ ক্ষমতাৰ আওতাৰ বাহিৰত ৷ পূৰ্বৰ শিল- বালিৰ ৰাজহ সংগ্ৰহৰ ক্ষমতাও বৰ্তমান ৰাজ্য চৰকাৰ অধীনত আছে ৷চৰকাৰে এছআইইউ, পিআইইউৰ জৰিয়তে নিবণুৱা যুৱকক বঞ্চিত কৰি বহিৰাগত যুৱকক সংস্থাপন সুবিধা কৰি দিয়াৰ ফলত স্থানীয় নিবণুৱা সকল বহিৰাজ্যলৈ গমণ কৰিব লগা হৈছে ৷ পৰিষদৰ স্বায়ত্ত ৰাজ্যৰ ক্ষমতা বিপদাপন্ন কৰি জিলাখনত পিছদুৱাৰেদি পঞ্চায়তী ৰাজৰ ব্যৱস্থা কৰাত উঠি পৰি লাগিছে ৷ চুবুৰীয়া ৰাজ্যৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰখনে ব্যৰ্থতা প্ৰদৰ্শন কৰিছে বুলি অভিযোগ কৰে নেতা গৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু নগা শান্তি চুক্তিৰ কু প্ৰভাৱৰ ক্ষেত্ৰতো জিলাখনৰ বিধায়ক তথা জন প্ৰতিনিধি সকলৰ মৌমনতাৰ সন্দৰ্ভতো কঠোৰ সমালোচনা কৰে নেতা গৰাকীয়ে ৷বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিয়েই এই প্ৰতিবাদী কাৰ্যসূচীৰ লক্ষ্য বুলিও উল্লেখ কৰে ৷ প্ৰতিবাদ কাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন ধ্বনিৰে ডিফুৰ আকাশ- বতাহ কঁপাই তোলাৰ লগতে ডিফু চহৰৰ মাজোৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ উল্লেখ যোগ্য যে জিলাখনৰ প্ৰধান বিৰোধী আঞ্চলিক দলৰ এনে প্ৰতিবাদী কাৰ্যসূচীৰ পিছত শাসকীয় পৰিষদ চৰকাৰ খনে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx