ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

নিউজ ডেস্কঃ

News Desk by News Desk
June 30, 2022
Reading Time: 1 min read
A A
0
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

ৰথযাত্রা (Rath Yatra)ক কেন্দ্র কৰি পুৰী (Puri)ত দেখা গ’ল পূৰ্বৰ বছৰবোৰৰ দৰে উৎসৱমুখৰ ছবি। কিন্তু দেশত পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাব আৰম্ভ কৰিছে। সেয়ে ৰথযাত্রাৰ সময়ত সংক্রমণ যাতে কোনোধৰণেই বাঢ়ি নাযায়, তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নবীন পাটনায়কৰ চৰকাৰে ।  

দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত৩০ জুন, বৃহস্পতিবাৰে আৰু ১ জুলাই, শুকুৰবাৰে ৰথযাত্রা অনুষ্ঠিত হৈছে পুৰীত। প্রশাসনৰ অনুমান, এইবাৰৰ ৰথযাত্রাত অংশ ল’ব ১৪ লাখৰো অধিক ভক্তই। প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে যে টিকাকৰণ সম্পূর্ণ নহ’লে কোনেও চহৰত প্ৰৱেশ কৰিব নোৱাৰিব । ৰে’লষ্টেচন, বিমানবন্দৰ, বাছ টার্মিনাছত খোলা হৈছে বিশেষ কাউন্টাৰ।

প্রতিজন যাত্রীৰ টিকাকৰণৰ প্ৰমাণ-পত্র পৰীক্ষা কৰি চোৱা হৈছে। কোনোবাৰ টিকাকৰণ সম্পূর্ণ নহ’লে তেওঁক তৎক্ষণাৎ টিকা দিয়াৰ ব্যবস্থা কৰা হৈছে। ৰথযাত্রা উপলক্ষে পুৰীত প্রায় ১২ লাখ মাস্ক বিনামূল্যে যোগান ধৰাৰ ব্যৱস্থাও কৰিছে প্রশাসনে।

মাস্ক অবিহনে প্ৰৱেশ নিষিদ্ধ কৰিছে জগন্নাথ মন্দিৰৰ সংলগ্ন এলেকাত। চহৰৰ ৰিক্সা আৰু টেক্সিচালকসকলক নির্দেশ দিয়া হৈছে যে মাস্ক পৰিধান নকৰা কোনো আৰোহীকে যেন গাড়ীত উঠিবলৈ নিদিয়ে। চহৰত প্ৰৱেশ কৰা, ওলাই যোৱা ৰাস্তাত একাধিক ‘নাকাবন্দী পোষ্ট’ নিৰ্মাণ কৰা হৈছে ।

তাত প্রত্যেকৰেই টিকাকৰণৰ প্ৰমাণ-পত্র পৰীক্ষা কৰা হ’ব । তাৰপিছতহে চহৰত প্ৰৱেশৰ অনুমতি। জগন্নাথ (Jagannath)ৰ ৰথৰ ওপৰত থাকিব প্ৰায় ৩০০-৪০০ জন সেৱক। তেওঁলোকৰ প্রত্যেকৰেই টিকাকৰণ সম্পূর্ণ বাধ্যতামূলক। বিভিন্ন ঠাইত কৰোনা পৰীক্ষাৰ তম্বু বনোৱা হৈছে। যন্ত্র লগত লৈ পথে পথে ঘূৰি থাকিব স্বাস্থ্যকর্মীসকল। সচেতনতামূলক প্রচাৰো চলিছে।  

Tags: Puriপুৰীত
Share4Tweet3Send

Related Posts

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

by Staff Reporter
June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

by Staff Reporter
June 7, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

by Staff Reporter
June 7, 2026
50
‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎
National-International

‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎

by Staff Reporter
June 7, 2026
50
LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি
National-International

LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি

by News Desk
June 7, 2026
50
CJP Protest : কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকে ‎
National-International

CJP Protest : কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকে ‎

by News Desk
June 7, 2026
50
ADVERTISEMENT
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx