ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Political

দ্রৌপদী মুর্মুক সমর্থন কৰিব ঝাড়খণ্ডৰ কংগ্ৰেছ চৰকাৰৰ মিত্ৰদল জেএমএমে:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 23, 2022
Reading Time: 1 min read
A A
0
দ্রৌপদী মুর্মুক সমর্থন কৰিব ঝাড়খণ্ডৰ কংগ্ৰেছ চৰকাৰৰ মিত্ৰদল জেএমএমে:

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

Will the Andhra Governor Become the New Vice President? Find Out!

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

ৰাষ্ট্রপতি নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰাত বিজেপিৰ প্রয়োজন আছিল ১২ হাজাৰৰ ওচৰা-ওচৰি ভোটৰ। ৰাষ্ট্রপতি পদত উড়িশাৰ ভূমিকন্যা তথা জনজাতি সমাজৰ প্রতিনিধি দ্রৌপদী মুর্মুক থিয় কৰাই ৰাজ্যৰ শাসক দল বিজেডিৰ ৩২ হাজাৰ ভোট নিশ্চিত কৰে নৰেন্দ্র মোদীৰ দলে।

দ্রৌপদী মুর্মুকংগ্রেছৰ মিত্ৰদল ঝাড়খণ্ডৰ শাসক দল ঝাড়খণ্ড মুক্তি মৰ্চাইও ৰাজ্যৰ জনজাতি সমাজৰ কথা ভাবি দ্রৌপদীক সমর্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ফলত একে জনজাতি সমাজৰ প্রথম প্রতিনিধি, লগতে মহিলাসকল মিলিত হৈ দ্রৌপদীক মনোনয়নৰ যি সিদ্ধান্ত নৰেন্দ্র মোদীয়ে লৈছে, তাত নিৰ্বাচনৰ পূৰ্বেই ছত্ৰভংগ দিয়াৰ অৱস্থা বিৰোধী শিবিৰৰ ।

উল্লেখ্য, বাজপেয়ী চৰকাৰৰ মন্ত্রী যশৱন্ত সিন্‌হাক ৰাষ্ট্রপতি পদপ্রার্থী হিচাবে বাছনি কৰে বিৰোধী শিবিৰে । তাৰ পিছত এনডিএৰ ৰাষ্ট্রপতি পদ প্রার্থী হিচাবে দ্রৌপদী মুর্মুৰ নাম ঘোষণা কৰে বিজেপি সভাপতি জেপি নড্ডাই ।

ৰামনাথ কোবিন্দৰ উত্তৰসুৰী নির্বাচনৰ প্রশ্নত বিজেডিৰ প্রায় তিনি শতাংশ ভোট পোৱাটো নিশ্চিত আছিল দুই শিবিৰৰ। কিন্তু দ্রৌপদীৰ নাম ঘোষণাৰ পিছতে ওড়িশার মুখ্যমন্ত্রী তথা বিজেডি নেতা নবীন পাটনায়কে জনায়, ৰাষ্ট্রপতি নির্বাচনত তেওঁৰ দলে ভূমিকন্যাকেই সমর্থন কৰিব।

এই যাত্রাত ৰাষ্ট্রপতি নির্বাচনত মুঠ ভোটৰ মূল্য হ’ল ১০,৮৬,৪৩১। সংখ্যাগৰিষ্ঠতাত মাত্র ১.৯ শতাংশ ভোট কম আছিল এনডিএ শিবিৰৰ। বিজেডিৰ ২.৯ শতাংশ ভোটৰ সমর্থন লাভ কৰি আগবাঢ়ি অহাত এনডিএ প্রার্থী দ্রৌপদীৰ জয় এতিয়া কেৱল সময়ৰ অপেক্ষা।

Tags: দ্রৌপদী মুর্মু
Share4Tweet3Send

Related Posts

Why Three Parties Chose to Abstain from Vice Presidential Voting
Political

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

by ASSAM TIMES POST
September 9, 2025
50
Will the Andhra Governor Become the New Vice President? Find Out!
Political

Will the Andhra Governor Become the New Vice President? Find Out!

by ASSAM TIMES POST
August 7, 2025
50
Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage
Political

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

by ASSAM TIMES POST
March 21, 2025
50
Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’
Political

Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’

by ASSAM TIMES POST
February 9, 2025
50
Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles
Political

Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles

by ASSAM TIMES POST
February 8, 2025
50
Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy
Political

Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy

by ASSAM TIMES POST
December 17, 2024
50
ADVERTISEMENT
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx