ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Political

গুজৰাটৰ নির্বাচনৰ পূৰ্বে বৃহৎ আঘাত কংগ্রেছত, দল ত্যাগ হার্দিক পেটেলৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 18, 2022
Reading Time: 1 min read
A A
0
গুজৰাটৰ নির্বাচনৰ পূৰ্বে বৃহৎ আঘাত কংগ্রেছত, দল ত্যাগ হার্দিক পেটেলৰ

logo new 2 1 1 4 1 3 2 | ASSAM TIMES POST

RELATED POSTS

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

Will the Andhra Governor Become the New Vice President? Find Out!

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

গুজৰাট নির্বাচনৰ কেইমাহমানৰ পূৰ্বেই কংগ্রেছ এৰিলে হার্দিক পেটেলে। বুধবাৰে দলৰ সকলো পদৰ পৰা তেওঁ ইস্তফা দিয়ে। টুইটত জনাইছে, ‘‌আজি মই সাহসৰ সৈতে কংগ্রেছ দলৰ পদ আৰু দলৰ প্রাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো। মই নিশ্চিত যে মোৰ সিদ্ধান্তক মোৰ সকলো সহকর্মী আৰু গুজৰাটৰ জনতাই স্বাগতম জনাব।

hardik. | ASSAM TIMES POST

মই বিশ্বাস কৰো যে মোৰ এই পদক্ষেপৰ পিছত মই ভবিষ্যতে গুজৰাটৰ বাবে সঁচা অৰ্থত ইতিবাচকভাবে কাম কৰিবলৈ সক্ষম হ’ম।’‌ পদত্যাগ পত্র তেওঁ প্ৰেৰণ কৰিছে ছোনিয়া গান্ধীলৈ। তাত তেওঁ লিখিছে, ‘‌দলৰ যেতিয়া কঠিন সময়, তেতিয়াই দলৰ নেতা ৰাহুল গান্ধী বিদেশ ভ্ৰমণলৈ যায়।’‌  ইয়াৰ আগতেও পাতিদাৰ নেতাজনৰ কংগ্রেছ ত্যাগৰ গুজৱ ওলাইছিল। কিন্তু হার্দিকে সেয়া নস্যাৎ কৰিছিল। এইবাৰ কিন্তু সেই জল্পনাই সত্য হ’ল।

২০১৯ চনৰ লোকসভা নির্বাচনৰ ঠিক আগতে কংগ্রেছত যোগ দিছিল হার্দিকে। কিন্তু বিগত কেইসপ্তাহমান ধৰি তেওঁ নানা অভিযোগ কৰিছিল কংগ্রেছ সন্দৰ্ভত। গুজৰাটৰ কংগ্রেছ সভাপতিজনৰ মুখত বিজেপি বন্দনাও শুনা গৈছিল। তেওঁ কৈছিল, ‘‌বিজেপিৰ যে কিছু ভাল দিশ আছে, সেয়া মানিবই লাগিব।’‌
ইয়াৰ পিছতেই চৰ্চা আৰম্ভ হয়, তেনেহ’লে এইবাৰ হাত এৰি গেৰুৱা শিবিৰলৈ যাব নেকি যুৱ ৰাজনৈতিক নেতাজন?  অৱশ্যে হার্দিকে বিজেপিত যোগ দিছেনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 

Tags: হার্দিক পেটেল
Share4Tweet3Send

Related Posts

Why Three Parties Chose to Abstain from Vice Presidential Voting
Political

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

by ASSAM TIMES POST
September 9, 2025
50
Will the Andhra Governor Become the New Vice President? Find Out!
Political

Will the Andhra Governor Become the New Vice President? Find Out!

by ASSAM TIMES POST
August 7, 2025
50
Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage
Political

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

by ASSAM TIMES POST
March 21, 2025
50
Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’
Political

Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’

by ASSAM TIMES POST
February 9, 2025
50
Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles
Political

Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles

by ASSAM TIMES POST
February 8, 2025
50
Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy
Political

Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy

by ASSAM TIMES POST
December 17, 2024
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx