ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত ‘এ টি এম টি’ নামৰ নতুন মবাইল এপ মুকলি : মবাইল চোৰ কৰায়ত্ত কৰাৰ এক নতুন কৌশল উদ্ভাৱন

ASSAM TIMES POST by ASSAM TIMES POST
October 13, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

ASSAM TIMES POST
নগাঁও: বৰ্তমানৰ  পৰা আপোনাৰ যদি মবাইল হেৰাই নাইবা চুৰি হয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কাৰণ কেবাটাও গুৰুত্বপূৰ্ণ সুবিধা থকা এটা নতুন মবাইল এপ বজাৰলৈ আহিছে।

RELATED POSTS

Assam’s Haflong College Students Protest Alleged Exam Irregularities

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

এক নিৰ্দিষ্ট ধনৰ বিনিময়ত আপুনিও প্লে’ ষ্টৰ যোগে ডাউনলোড কৰিব পাৰিব এ টি এম টি/ATMT( Anti Theft Mobile Tracker) নামৰ এপটো।

আজি নগাঁও চহৰৰ সমীপৰ জাচিংফা ৰিজৰ্টত আয়োজিত এক অনুষ্ঠানত এই মবাইল এপটো আনুষ্ঠানিক ভাৱে আজি মুকলি কৰে আৰোছ গ্ৰুপৰ অধীনস্থ এ টি এম টি ৰ পৰিচালন সঞ্চালক দিপাঙ্কৰ গেৰাঙে।

তেওঁ এপটো মুকলি কৰি দিয়া ভাষণত কয় যে এ টি এম টি নামৰ এই এপটোৰ জৰিয়তে গ্ৰাহক ৰাইজে মবাইল চোৰ, মবাইল হেৰুৱা স্থান, মবাইল এৰি অহা স্থান বা মবাইলৰ অৱস্থিতি, মহিলা সুৰক্ষা আদি সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।

উক্ত অনুষ্ঠানত অসম ৰাজ্যিক মানৱ অধিকাৰ আইনৰ সভাপতি হৰেশ্বৰ শইকীয়া, এ টি এম টি বিষয়া নিলম চালকাৰ আদিয়ে অংশগ্ৰহণ কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
ADVERTISEMENT
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam’s Haflong College Students Protest Alleged Exam Irregularities

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

June 8, 2026
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT