ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰব্ৰজনকাৰী মুছলমানে পাব নোৱাৰিব সাংবিধানিক ৰক্ষাকৱচঃ মমিনুল আৱাল

ASSAM TIMES POST by ASSAM TIMES POST
September 21, 2019
Reading Time: 1 min read
A A
0
প্ৰব্ৰজনকাৰী মুছলমানে পাব নোৱাৰিব সাংবিধানিক ৰক্ষাকৱচঃ মমিনুল আৱাল

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

গুৱাহাটীঃ শনিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অৱস্থিত লক্ষীধৰ বৰা ক্ষেত্ৰত জনগোষ্ঠীয় সমন্বয় পৰিষদৰ এখন চোতাল সভা অনুষ্ঠিত হয়। সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ সিদ্ধান্তৰ কথা সদৰী কৰি এক বিবৃতিত পৰিষদৰ মুখ্য আহ্বায়ক মমিনুল আৱালে কয় যে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চন, তাৰিখ, খিলঞ্জীয়া বা অসমীয়াৰ সংজ্ঞা বিচাৰি অযথা সময় নষ্ট কৰি লাভ নাই।

প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহকহে সাংবিধানিক সুৰক্ষা কৱচ দিব লাগে। কোনো কাৰণতে পূৰ্ববংগ বা পশ্চিম পাকিস্তানৰপৰা প্ৰব্ৰজন কৰা মানুহৰ সতি-সন্ততিয়ে সাংবিধানিক সুৰক্ষা কৱচ লাভ কৰিব নোৱাৰিব। বিবৃতিটোত তেওঁ আৰু উল্লেখ কৰে যে প্ৰব্ৰজিত মুছলমানৰ দ্বাৰা ২৫টা বিধানসভা সমষ্টিত স্থানীয় জনগোষ্ঠীয়ে ৰাজনৈতিক অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে। গতিকে এই ২৫ টা বিধানসভা সমষ্টিত স্থানীয় জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰিব লাগে। অসম বিধানসভাত অসমৰ সৰু-সৰু কেতবোৰ জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰপৰা বঞ্চিত হৈ আহিছে।

সেয়েহে এই সৰু-সৰু জনগোষ্ঠীসমূহ যেনেঃ হাজং, দেউৰী, চাহ জনগোষ্ঠী জলহা আদি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বাবে উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগে। এই দাবীকেইটাৰ সমৰ্থনতে শনিবাৰৰ সভাত গুৱাহাটীত এখন গণসমাৱেশ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বিবৃতিটোত প্ৰকাশ।

আৱালে আকৌ কয় যে কোনো কাৰণতে যাতে প্ৰব্ৰজিত মুছলমানে সাংবিধানিক সুৰক্ষা লাভ কৰিব নোৱাৰে তাৰ বাবে পৰিষদে প্ৰৱল জমনত গঠন কৰিব। পৰিষদৰ তৰফৰপৰা ২০ ছেপ্টেম্বৰত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে চৰকাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ ওচৰত এই প্ৰসংগতে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি বিবৃতিটোত আৱালে উল্লেখ কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026
50
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx