ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত এআইইউডিএফৰ মাজত তীব্ৰ সংঘৰ্ষঃ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ

ASSAM TIMES POST by ASSAM TIMES POST
August 28, 2019
Reading Time: 1 min read
A A
0
নগাঁৱত এআইইউডিএফৰ মাজত তীব্ৰ সংঘৰ্ষঃ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ মুক্তিযুঁজাৰু ভৱনত আজি দুপৰীয়া অনুষ্ঠিত এআইইউডিএফৰ এখন কৰ্মীসভা ৰণক্ষেত্ৰলৈ পৰ্যবসিত হয়। দলটোৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু নেতা নুৰুল আমিন চৌধুৰীৰ ফৈদৰ মাজত হোৱা সংঘাতৰ ফলস্বৰূপে নগাঁৱৰ মুক্তিযুঁজাৰু ভৱন উশৃংখল আৰু অভব্য আচৰণৰে এআইইউডিএফৰ সদস্য সকলে উত্তপ্ত কৰি তোলে।

RELATED POSTS

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

পিছত আৰক্ষী আহি লাঠিচালনা কৰিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত খবৰ মতে বিধায়ক আমিনুল ইছলাম আৰু নগাঁৱৰ এআইইউডিএফৰ নেতা নুৰুল আমিন চৌধুৰীৰ সমৰ্থকৰ মাজত কৰ্মী সভাৰ মাজতে প্ৰথমে কোনো বিষয়ক লৈ তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। পিছত দুয়োপক্ষৰ মাজত ঠেলা-গতা, মাৰপিট হয়। পৰিস্থিতি ইমানেই ভযংকৰ হৈ উঠে যে আৰক্ষীয়ে আহি দলটোৰ উদণ্ড সমৰ্থক সকলক খেদি পঠিয়াবলৈ লাঠীচালনা কৰিবলৈ বাধ্য হয়।

আনহাতে এই ঘটনাৰ পিছতে সেই স্থানৰ পৰা আতৰি যায় বিধায়ক আমিনুল ইছলাম। দলটোৰ একাংশ সমৰ্থকৰ অভিযোগ অনুসৰি বিধায়ক আমিনুল ইছলামে চকী দাঙি লৈ প্ৰহাৰ কৰিছিল মোবাৰক আলী, বাহাৰুল ইছলাম, গফুৰ আলীৰ লগতে কেইবাগৰাকীও কৰ্মীক। ফলত গুৰুতৰ ভাৱে আহত হয় এই কৰ্মীকেইজন৷

আমিনুল বাহিনীৰ প্ৰহাৰত আহত হোৱা এই কৰ্মীকেইজনৰ লগতে আন কেইবাজনো কৰ্মীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
ইপিনে বিধায়ক আমিনুল ইছলামে এই সমগ্ৰ ঘটনাৰ বাবে নুৰুল আমিন চৌধুৰীক জগৰীয়া কৰে।

তেঁওৰ মতে বিজেপিৰ নিৰ্দেশত নুৰুল আমিন চৌধুৰীয়ে এই সমগ্ৰ কাণ্ড সংঘটিত কৰিছিল। অৱশ্যে নগাঁৱত আজি সংঘটিত এই ঘটনাই পুনৰ দলটোৰ মজিয়াত থকা শৃংখলাহীনতা আৰু দলটোৰ ৰুগীয়া অৱস্থাক উদঙাই দেখুৱালে।

Tags: Featured
Share4Tweet3Send

Related Posts

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
ADVERTISEMENT
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
50
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx