ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰোনাক্ৰান্তৰ মৃতদেহ নিজেই ট্রেক্টৰেৰে নিছে ৰিয়েল হিৰ’ চিকিৎসকে:

ASSAM TIMES POST by ASSAM TIMES POST
July 14, 2020
Reading Time: 1 min read
A A
0
ক’ৰোনাক্ৰান্তৰ মৃতদেহ নিজেই ট্রেক্টৰেৰে নিছে ৰিয়েল হিৰ’ চিকিৎসকে:

logo new 2 5 | ASSAM TIMES POST

নিউজ ডেস্ক:

ইণ্টাৰনেটৰ পৃথিৱীত ক’ৰোনা সংক্ৰান্তীয় বিভিন্নধৰণৰ ভিডিঅ’ ভাইৰেল হ’ল ৷কেতিয়াবা মনোৰঞ্জন ভিডিঅ’ চাই আত্মবিভোৰ হয় নেটবস্তিৰ আবাসী সকল, আকৌ কেতিয়াবা বিষাদময় ভিডিঅ’ চাই চকুলো মুছিছে অনেকেই ৷ কিন্তু ,ক’ৰোনা মৃত্যুৰ অমৰ্যদাকলৈ এইবাৰ এক ভাইৰেল ভিডিঅ’ত অবাক নেট বাসিন্দা সকল ৷

সমগ্র বিশ্বত বৃদ্ধি পাইছিল ক’ৰোনা সংক্রমণৰ হাৰ। মৃত়্যুৰ তুলনাত সুস্থতাৰ হাৰ বেছি থাকিলেও, আক্রান্ত মানুহৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ গৈয়েই আছে৷ এই সময় আটাইতকৈ বেছি সমস্যা হৈ থিয় দিছে মৃতদেহ সৎকাৰৰ ক্ষেত্রত। বহু সময়ত দেখা গৈছে যে সংক্রমণৰ ভয়ত ক’ৰোনা মৃতকৰ শেষকৃত্য কৰিবলৈ ৰাজি নহয় পৰিয়ালৰ লোকসকল। আকৌ বহু ক্ষেত্রত এনে পৰিলক্ষিত হৈছে যে , ক’ৰোনাত মৃত্যুৰ সন্দেহত এম্বুলেন্স পর্যন্ত দিব নুখোজে হাস্পাতাল কর্তৃপক্ষ।

#WATCH Telangana: Body of a man who had #COVID19 was driven to the burial ground in a tractor by Dr Sriram, working as Peddapalli District Surveillance Officer for prevention of spread of COVID, after the driver allegedly refused to do it. pic.twitter.com/yRzziKTHqy

— ANI (@ANI) July 13, 2020

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

বিভিন্ন ধৰণৰ অমানবিক দৃষ্টান্ত বহুবাৰ সামাজিক মাধ্যমত প্ৰতিফলন হৈছে৷ কিন্ত এইবাৰ এক নজিৰবিহীন কাম কৰি দেখোৱালে তেলঙ্গানাৰ পেদপল্লী জেলাৰ হাস্পাতালৰ ডাক্তৰ ডঃ পেন্ডাল্যা শ্রীৰামে। নিজেই ক’ৰোনা মৃতকৰ দেহ ট্রেক্টৰ চলাই শ্মশানলৈ লৈ গৈছে শেষকৃত্যৰ বাবে ৷ এই ভিডিঅ’ নেট’ জগতত প্রকাশ পোৱাৰ লগে লগে সকলোৱে প্ৰশংসা কৰিলে চিকিৎসকক ৷

ডঃ পেন্ডাল্যা শ্রীৰাম জনাইছে যে , যোৱা ১০ ই জুলাইত ক’ৰোনা পজিটিভ এক ব্যক্তি হাস্পাতালত ভর্তি হয়। কিন্তু যোৱা ১২ জুলাইত তেওঁৰ শাৰীৰিক অবস্থাৰ অবনতিৰ বাবে তেওঁৰ মৃত্যু হয় ৷ ক’ৰোনা আক্রান্ত হৈ ৰোগীৰ মৃত্যু হোৱাত , হাস্পাতালৰ তৰফৰ পৰা দিয়া হয় মৃতদেহ বাহক ট্রেক্টৰ কিন্তু ড্রাইভাৰ যাবলৈ অস্বীকাৰ কৰে ৷

মৃতকৰ পৰিয়াল চিন্তাত পৰি যায় আৰু সুদীৰ্ঘ সময়ৰ পিছতো মৃতদেহ লৈ যোৱাত চালক ৰাজি নহ’ল ৷ সেয়ে উপায়বিহীনহৈ চিকিৎসকজনে নিজে পিপিই কীট পৰিধান কৰি ট্ৰেক্টৰ খনেৰে ক’ৰোনাৰ মৃতকৰ মৃতদেহ শ্মশানলৈ লৈ যায় ৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা মাত্ৰই সকলোয়ে চিকিৎসক গৰাকীক বাঃবাঃ দিয়া আৰম্ভ হৈ গ’ল ৷

Tags: featured3
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

by Staff Reporter
June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

by Staff Reporter
June 7, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

by Staff Reporter
June 7, 2026
50
‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎
National-International

‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎

by Staff Reporter
June 7, 2026
50
LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি
National-International

LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি

by News Desk
June 7, 2026
50
ADVERTISEMENT
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam’s Haflong College Students Protest Alleged Exam Irregularities

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

June 8, 2026
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx