ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত আৰক্ষীৰ বাবে নিৰ্মাণ হ’ব আঢ়ৈ কোটি টকাৰ আৱাসিক প্ৰকল্পৰ কাম : আৰক্ষী সঞ্চালক প্ৰধানৰ ঘোষণা

News Desk by News Desk
June 19, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত আৰক্ষীৰ বাবে নিৰ্মাণ হ’ব আঢ়ৈ কোটি টকাৰ আৱাসিক প্ৰকল্পৰ কাম : আৰক্ষী সঞ্চালক প্ৰধানৰ ঘোষণা

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অজন্তা তালুকদাৰ

বোকাখাত : বোকাখাত আৰক্ষী থানা চৌহদত আৰক্ষীৰ বাবে নিৰ্মান হ’ব ২.৫০ কোটি টকাৰ অত্যাধুনিক আৱাসিক প্ৰকল্প ৷ আজি বোকাখাত আৰক্ষী থানাত স্থানীয় সাংবাদিকেৰে হোৱা এক সৌজন্যমূলক বাৰ্তালাপত এই কথা ঘোষণা কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ গুৱাহাটিৰ পৰা দেৰগাওঁলৈ বুলি অহা সঞ্চালক প্ৰধান গৰাকীয়ে বোকাখাত আৰক্ষী থানাত বোকাখাতৰ সাংবাদিকৰ এক সঁজাতি দলৰ সৈতে সৌজন্যমূলক বাৰ্তালাপ কৰে ৷

বোকাখাত মহকুমাৰ সমূহ সাংবাদিকৰ হৈ জ্যেষ্ঠ সাংবাদিক ক্ৰমে জিতু শৰ্মা ৰজখোৱা , বুবুল দত্ত , নীলু আচাৰ্য আৰু উত্তম শইকীয়াই কভিড ১৯ ৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে অসম আৰক্ষীয়ে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে সঞ্চালক প্ৰধান গৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷ এই আলোচনাতে বোকাখাত আৰক্ষী থানা চৌহদত বোকাখাত আৰক্ষীৰ সুবিধাৰ্থে আৱাসিক প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ কথা তেওঁ ঘোষণা কৰে ৷ এই আৱসিক প্ৰকল্পৰ কাম গোলাঘাট জিলাৰ কেউটা মহকুমাতে হ’ব বুলিও তেওঁ জনায় ৷ সৌজন্যমূলক এই আলোচনাত গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিং আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাও উপস্থিত থাকে ৷

Tags: feature
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx