ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bilasipara accident I বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

News Desk by News Desk
November 6, 2026
Reading Time: 1 min read
A A
0
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক

RELATED POSTS

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

Assam Rifles I অসম ৰাইফলছত ভুৱা নিযুক্তি, টকা লৈ ধৰা পৰিল এজন

বিশ্বনাথ আৰক্ষীৰ অভিযানত এজন কিশোৰ আৰু তিনি গৰাকী কিশোৰী উদ্ধাৰ, দুজনক আটক

New Logo Smal 1 | ASSAM TIMES POST

বিলাসীপাৰাত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা (Bilasipara Accident)। বিলাসীপাৰাৰ ভাসানী গাঁৱত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহন (XUV) আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হয় দুই বাইক আৰোহী। আনহাতে, দুৰ্ঘটনাটো সংঘটিত কৰিয়ে বাহনখনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও ৰাইজে হাজাৰীপাৰাত বাহনখন জব্দ কৰে। ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত লক্ষীগঞ্জ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Bilasipara accident I
বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী:

বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। প্ৰথমাৱস্থাত দুৰ্ঘটনাটোত দুই বাইক আৰোহী অৱসৰপ্ৰাপ্ত সেনা জোৱান সুধাংশু মোহন নাথ আৰু পুৰেণ থাপা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক উদ্ধাৰ কৰি লক্ষীগঞ্জ আৰক্ষীয়ে ততাতৈয়াকৈ এজনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ আৰু আনজনক কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে সুধাংশু নাথক কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও দুয়োজনৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। এই শোকাৱহ পথ দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: নিহত দুই বাইক আৰোহীবিলাসীপাৰাত পথ দুৰ্ঘটনাত
Share4Tweet3Send

Related Posts

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান
Assam

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

by News Desk
November 6, 2026
50
Guwahati murder case I গুৱাহাটী মহানগৰীত আন এক হত্যাকাণ্ড, জুৱাখেলৰ বাবেই মৰিয়াই হত্যা যুৱকক
Assam

Assam Rifles I অসম ৰাইফলছত ভুৱা নিযুক্তি, টকা লৈ ধৰা পৰিল এজন

by News Desk
November 5, 2026
51
Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২
Assam

বিশ্বনাথ আৰক্ষীৰ অভিযানত এজন কিশোৰ আৰু তিনি গৰাকী কিশোৰী উদ্ধাৰ, দুজনক আটক

by News Desk
November 5, 2026
54
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ৰাজ্যৰ পাঁচটা স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা । এজন নিহত, কেইবাজনো আহত

by News Desk
November 5, 2026
54
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ
Assam

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ

by News Desk
November 4, 2026
51
খুড়াকৰ অত্যাচাৰত পাঠদান বন্ধ কৰি দিলে নৱম শ্ৰেণীৰ কিশোৰীয়ে
Assam

খুড়াকৰ অত্যাচাৰত পাঠদান বন্ধ কৰি দিলে নৱম শ্ৰেণীৰ কিশোৰীয়ে

by News Desk
November 3, 2026
50
ADVERTISEMENT
SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ
National-International

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

November 6, 2026
50
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

Bilasipara accident I বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

November 6, 2026
50
২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান
Assam

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

November 6, 2026
50
Union Minister Amit Shah Reaffirms Government’s Dedication to Mizoram’s Progress at Assam Rifles HQ Relocation Ceremony
National-International

Amit Shah I বিতৰ্ক বিচাৰে যদি সংসদলৈ আহক, বিশেষ অধিৱেশন আহ্বান কৰিবলৈ সাজু: ৰাহুল গান্ধীক প্ৰত্যাহ্বান অমিত শ্বাহৰ

November 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

November 6, 2026
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক

Bilasipara accident I বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

November 6, 2026
২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

November 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d