ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 25, 2026
Reading Time: 1 min read
A A
0
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

RELATED POSTS

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

New Logo Smal 1 | ASSAM TIMES POST

বৃহস্পতিবাৰে ককৰোচ জনতা পাৰ্টীয়ে (CJP) জ্ঞানেশ কুমাৰক (Gyanesh Kumar) পদত্যাগ কৰিবলৈ ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। শুকুৰবাৰে চিজেপি নেতা অভিজিৎ দীপকেয়ে তেওঁক কয় যে যদি শনিবাৰৰ ভিতৰত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই পদত্যাগ নকৰে তেন্তে গান্ধী জয়ন্তীৰ পৰা (২ অক্টোবৰ) আন্দোলন আৰম্ভ কৰিব। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত আৰম্ভ হ’ব এই আন্দোলন।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত দীপকেয়ে লিখিছে, “কাইলৈৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে ২ অক্টোবৰত মুম্বাইৰ পৰা চিজেপিয়ে আন্দোলন কৰিব। ইয়াৰ পিছত আমি এই আন্দোলন দেশৰ প্ৰতিখন চহৰলৈ লৈ যাম। এই গান্ধী জয়ন্তীৰ দিনা গণতন্ত্ৰ ৰক্ষাৰ শপত গ্ৰহণ কৰিম।”

এছ আই আৰকে ধৰি কেইবাটাও বিষয়ত নিৰ্বাচন আয়ুক্তসকলৰ মাজত হোৱা বিবাদ পোহৰলৈ অহাৰ পিছতে নিৰ্বাচন আয়োগৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়ত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত এক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিৰোধী দলসমূহে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ‘বিজেপিৰ হৈ ভোট চুৰি’ কৰাৰ অভিযোগ পোনপটীয়াকৈ কৰে।

elec | ASSAM TIMES POST
বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী

এই পৰিবেশতেই উত্তৰ প্ৰদেশত জ্ঞানেশ কুমাৰৰ দুটা কাৰ্যসূচী স্থগিত ৰাখিছে নিৰ্বাচন আয়োগে। কিন্তু আয়োগে দাবী কৰে যে কাৰ্যসূচীসমূহ পিছুৱাই দিয়াৰ সৈতে চলি থকা বিতৰ্কৰ কোনো সম্পৰ্ক নাই। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মীৰাটত নতুন ভোটাৰক সাক্ষাৎ কৰাৰ কথা আছিল জ্ঞানেশ কুমাৰৰ। সোমবাৰে বাৰাণসীত ‘জেন জি’ক সাক্ষাৎ কৰাৰ কথা আছিল তেওঁৰ। দুয়োটা কাৰ্যসূচী বৰ্তমান পিছুৱাই দিয়া হৈছে। এই প্ৰসংগত আয়োগৰ এজন বিষয়াই কয়, “কাৰ্যসূচীৰ তাৰিখ সলনি হৈয়েই থাকে। এইবোৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সময়সূচী, স্থানৰ উপলব্ধতা বা প্ৰাকৃতিক কাৰণৰ দৰে বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি কৰা হয়।”

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তদন্তমূলক প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লাগিছে। প্রতিবেদনত দাবী কৰা হৈছে যে দুই নির্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে তেওঁলোকক অন্ধকাৰত ৰাখি সকলো গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে বুলি অভিযোগ উত্থাপন কৰিছে৷ সান্ধু আৰু যোশীয়ে মূলতঃ ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখা, এছ আই আৰৰ পিছত ভোটাৰৰ নাম বাদ দিয়া আৰু সংযোজন আদি বিষয়ত আপত্তি উত্থাপন কৰিছে। আয়োগৰ সিদ্ধান্তক লৈ বিগত ১০ মাহত ১৪ বাৰ আপত্তি উত্থাপন কৰিছে। বিতৰ্কৰ সন্মুখত আয়োগৰ ব্যাখ্যা, নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য থাকিলেও ঐকমত্যৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়। আয়োগে এই ব্যাখ্যা দিয়াৰ পিছতো বিতৰ্ক বন্ধ হোৱা নাই। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে আয়োগৰ বিৰুদ্ধে মাত মাতি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছে। মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰো দাবী জনাইছে চিজেপিয়েও।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPGyaneshKumar
Share4Tweet3Send

Related Posts

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

by News Desk
October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

by News Desk
October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

by News Desk
October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

by News Desk
October 22, 2026
50
France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ
National-International

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

by News Desk
October 22, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP protest : যন্তৰ-মন্তৰত আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি দি জে’লৰ পৰা ওলাল চিজেপি নেতা সৌৰভ-আশুতোষ

by News Desk
October 22, 2026
50
ADVERTISEMENT
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d