ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
September 17, 2026
Reading Time: 1 min read
A A
0
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

RELATED POSTS

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

New Logo Smal 1 | ASSAM TIMES POST

ডিফু চহৰৰ পাণবাৰীত বৃহস্পতিবাৰে ৰে’লপথত এটি অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ৰে’ল সেতুৰ তলত জোপোহাৰ ভিতৰৰ পৰা এখন ভৰি ওলাই থকা স্থানীয় লোকে প্ৰত্যভৃক্ষ কৰে। ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়ে।
ডিফুৰ ৰে'লপথত মৃতদেহ উদ্ধাৰ
ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে আহি আনুমানিক ৪০-৪৫ বছৰ বয়সৰ পুৰুষৰ মৃতদেহটো উদ্ধাৰি কৰি ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে। মৃত ব্যক্তিজনৰ ওচৰত কোনো পৰিচয়পত্র পোৱা নাই যদিও যোৱা ১৫ ছেপ্টেম্বৰত তেওঁ ডিব্রুগড়ৰ পৰা ফৰকাটিঙলৈ কটা এটি ৰে’লৰ টিকট পোৱা গৈছে।

সেয়ে দুদিন পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। আনহাতে, কি পৰিস্থিতিত তেওঁ ফৰকাটিং পাৰ হৈ ডিফু আহি পালে আৰু এইটো এটা দুর্ঘটনা নে ইয়াৰ আঁৰত অন্য কোনো ৰহস্য লুকাই আছে তাৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ডিফুৰ ৰে'লপথত মৃতদেহ উদ্ধাৰ
Share5Tweet3Send

Related Posts

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
ADVERTISEMENT
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d