ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

নিউজ ডেস্কঃ

News Desk by News Desk
September 8, 2026
Reading Time: 1 min read
A A
0
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

RELATED POSTS

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

New Logo Smal | ASSAM TIMES POST

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হয় দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা মেধা ৰূপম । মেধা হৈছে উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ (নয়ডা) জিলাৰ জিলা দণ্ডাধীশ। জ্ঞানেশ কুমাৰৰ কন্যাই এইবাৰ নয়ডাত শ্ৰমিকৰ প্ৰতিবাদৰ সময়ত বংগৰ কন্যা আকৃতি চৌধুৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰাৰ নিৰ্দেশ দিছিল।

তাৰ পিছৰে পৰা দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আকৃতি পাঁচ মাহ ধৰি ন্যায়িক জিম্মাত আছে। ২ ছেপ্টেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে আকৃতিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন বাতিল কৰাৰ নিৰ্দেশ দিছিল। সোমবাৰে আদালতৰ ৰায়দানৰ প্ৰতিলিপি ৰাজহুৱা কৰা হয়। তাত দেখা যায় যে ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ অচল সচদেৱৰ সংমণ্ডল বিচাৰপীঠে জিলা দণ্ডাধীশগৰাকীৰ ভূমিকাক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰে।

gk | ASSAM TIMES POST
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা

নিজৰ নিৰ্দেশত আদালতে কয় যে মেধাই ‘আদৰ্শ দাঙি ধৰিবলৈ’ আকৃতিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰিবলৈ অনুৰোধ জনাইছিল। তেওঁৰ এই সিদ্ধান্ত দুখজনক। আদালতৰ মতে, মেধাই তেওঁৰ মত প্ৰকাশৰ অধিকাৰত বাধা দি সাংবিধানিক বাধ্যবাধকতা উলংঘা কৰিছে। আদালতে আকৃতিক দিবলৈ নিৰ্দেশ দিয়া ৫ লাখ টকাৰ ক্ষতিপূৰণ মেধাকে ধৰি অন্যান্য সংশ্লিষ্ট বিষয়াৰ দৰমহাৰ পৰা প্ৰদান কৰা হ’ব বুলিও আদালতে প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালকৈ ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ অচল সচদেৱৰ বিচাৰপীঠে আমোলাতন্ত্ৰ আৰু সাধাৰণভাৱে আৰক্ষীৰ ভূমিকা সম্পৰ্কেও এক কঠোৰ পৰ্যবেক্ষণ কৰে। আৰক্ষী আৰু আমোলাসকলে সংবিধানৰ প্ৰতি দায়বদ্ধ বুলি মনত ৰখা উচিত বুলি তেওঁলোকে কয়। তেওঁলোকে এনে আচৰণ কৰিব নালাগে যে তেওঁলোকক ‘ব্ৰিটিছ যুগৰ অত্যাচাৰৰ বাহক’ যেন লাগে।

একে সময়তে দুজনীয়া বিচাৰপীঠে জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস ‘১৯৮৪’লৈ আঙুলিয়াই দি সজোৰে কয় যে যদি উত্তৰ প্ৰদেশৰ আমোলাসকলে নিজকে সংস্কাৰ নকৰে তেন্তে ৰাজ্যখন অতি সোনকালে ‘সম্পূৰ্ণ জীৱনগ্ৰাসী ৰাজ্য’লৈ পৰিণত হ’ব। উল্লেখ্য যে ১৯৪৯ চনত প্ৰকাশিত ‘১৯৮৪’ উপন্যাসখনত বিখ্যাত ঔপন্যাসিক অৰৱেলে ভৱিষ্যতৰ স্বৈৰাচাৰী সমাজৰ কথা কৈছিল, য’ত সৰ্বগ্ৰাসী চৰকাৰে মানুহৰ ব্যক্তিগত জীৱন, চিন্তা আনকি ইতিহাসকো নিয়ন্ত্ৰণ কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GyaneshKumar
Share4Tweet3Send

Related Posts

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

by News Desk
October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

by News Desk
October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

by News Desk
October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

by News Desk
October 22, 2026
50
France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ
National-International

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

by News Desk
October 22, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP protest : যন্তৰ-মন্তৰত আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি দি জে’লৰ পৰা ওলাল চিজেপি নেতা সৌৰভ-আশুতোষ

by News Desk
October 22, 2026
50
ADVERTISEMENT
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d