ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ একবিংশতিতম্ অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠ

Staff Reporter by Staff Reporter
March 1, 2020
Reading Time: 1 min read
A A
0
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

Assam’s Haflong College Students Protest Alleged Exam Irregularities

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ডিফু, ১ মাৰ্চ:  আঠদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা হাওৰাঘাট গাওঁ নামঘৰ প্ৰাংগণত আৰম্ভ হৈছে হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ একবিংশতিতম্ অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠ অনুষ্ঠান। পুৱা প্ৰাত:প্ৰসঙ্গ, ধৰ্ম ধ্বজা উত্তোলন, গছপুলি ৰোপণৰ লগতে হাওৰাঘাট নগৰৰ মাজেদি উলিওৱা হয় ভাগৱত শোভাযাত্ৰা।

নামাচাৰ্য ভৱেশ বৰাই আঁত ধৰে এই শোভাযাত্ৰাৰ। ইপিনে এই অনুষ্ঠানৰ লগত সংগতি যমুনা নৈৰ পাৰত গঢ়ি তোলা হৈছে এক নান্দনিক পৰিৱেশ। আনহাতে ৮ মাৰ্চৰ বিয়লি ২ বজাত ধৰ্মালোচনী সভাৰে এই অধিবেশনৰ সামৰণি পৰিব। উল্লেখ্য যে অনুষ্ঠানত সকলো স্তৰৰ লোকৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

Share5Tweet3Send

Related Posts

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
ADVERTISEMENT
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ
National-International

Israel Iran war : ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

June 8, 2026
50
Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

TMC crisis : মমতা-অভিষেক দিল্লীত থকাৰ সময়তে তৃণমূল বিদ্ৰোহী সাংসদৰ গোপন বৈঠক
National-International

TMC crisis : মমতা-অভিষেক দিল্লীত থকাৰ সময়তে তৃণমূল বিদ্ৰোহী সাংসদৰ গোপন বৈঠক

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

Israel Iran war : ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

June 8, 2026
Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

June 8, 2026
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT