ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

Staff Reporter by Staff Reporter
June 22, 2026
Reading Time: 1 min read
A A
0
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

২০২০ চনত যেতিয়া মোদী চৰকাৰে ঘৰচীয়া গৰুৰ ‘কাওপেথী’ বা দেশীয় গৰুৰ পঞ্চগব্যৰ ওপৰত গৱেষণাৰ বাবে ৯৮ কোটি টকা আবণ্টন দিছিল, তেতিয়া বহুতে ভ্ৰু কোঁচাইছিল।

Chikungunya I
গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে:

বিজ্ঞান-প্ৰযুক্তিৰ আধুনিক যুগত এনে গৱেষণা কিমান যুক্তিসংগত সেই সম্পৰ্কে সাধাৰণ মানুহৰ মনত আলোচনা আৰু সমালোচনাৰ ধুমুহাৰ সৃষ্টি হৈছিল। কিন্তু শেহতীয়াকৈ সেই ধন আবণ্টনৰ ফল ধৰিবলৈ আৰম্ভ কৰিছে। দেশৰ আইআইটিৰ শীৰ্ষ গৱেষকসকলে এতিয়া তেওঁলোকৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰি বিজ্ঞান সমাজত এক নতুন হুলস্থুলৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ আইআইটি ৰূঢ়কী বিজ্ঞানীসকলৰ এক আচৰিত সফলতাৰ বিষয় পোহৰলৈ আহিছে ‘দ্য প্ৰিণ্ট’ত প্ৰকাশিত এক প্ৰতিবেদনত। ঘৰচীয়া গৰুৰ প্ৰস্ৰাৱৰ পৰা তৈয়াৰী ‘গোমুত্ৰ অৰ্ক’ৰ ওপৰত বিতং পৰীক্ষা-নিৰীক্ষা চলাইছে

তেওঁলোকৰ গৱেষণাত দাবী কৰা হৈছে যে ই চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে অতি ফলপ্ৰসূ এণ্টিভাইৰেল হিচাপে কাম কৰিব পাৰে। গৱেষণাগাৰত কৰা কঠোৰ বৈজ্ঞানিক পৰীক্ষাত এই কথা প্ৰমাণিত হোৱাত গৱেষক দলটো নিজেই এতিয়া যথেষ্ট আশাবাদী।

আইআইটি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কেৱল ভাইৰাছৰ নিৰাময়েই নহয়, দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা আন বহুতো বস্তু আৱিষ্কাৰ কৰিছে।

প্ৰাচীন পঞ্চগব্য (গাখীৰ, দৈ, ঘিউ, গৰুৰ গোবৰ আৰু গৰুৰ প্ৰস্ৰাৱ) কিমান ফলপ্ৰসূভাৱে প্ৰাকৃতিক বীজাণুনাশক বা এণ্টিচেপ্টিক হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰো পৰীক্ষা কৰিছে। আইআইটিৰ আন এক অধ্যয়নত দেখা গৈছে যে গৰুৰ গোবৰত কিছুমান ৰাসায়নিক উপাদান থাকে, যিয়ে ধাতুৰ ওপৰত সুৰক্ষামূলক স্তৰ সৃষ্টি কৰি মামৰে ধৰা ৰোধ কৰাত সহায় কৰিব পাৰে।

আনকি বায়’গেছ বাৰ্নাৰ আৰু উচ্চমানৰ ইলেক্ট্ৰ’ড নিৰ্মাণত গৰুৰ গোবৰৰ ব্যৱহাৰৰ বিষয়েও ডাঙৰ ডাঙৰ তথ্য পোহৰলৈ আহিছে।
আয়ুৰ্বেদৰ সহস্ৰবছৰীয়া বিশ্বাসক আধুনিক বিজ্ঞানৰ পৰীক্ষাগাৰলৈ আনি পৰীক্ষাত অৱতীৰ্ণ কৰাৰ এই প্ৰচেষ্টাই এক নতুন মাত্ৰা লাভ কৰিছে।

গৱেষকসকলৰ মতে, বিজ্ঞান যেনেকৈ অন্ধবিশ্বাসী নহয়, প্ৰমাণৰ আগত সকলো কথাকে কেৱল অন্ধবিশ্বাস বুলি উলাই কৰাটোও সঠিক নহয়। ৯৮ কোটিৰ এই চৰকাৰী প্ৰকল্পটো শেষত কিমান সফল হ’ব সেয়া হয়তো সময়ে ক’ব পাৰে, কিন্তু এই আইআইটিৰ গৱেষণা-পত্ৰবোৰে অন্ততঃ স্পষ্ট কৰি দিয়ে যে আমি জনা সাধাৰণ উপাদানবোৰতো আধুনিক প্ৰযুক্তিৰ ডাঙৰ ডাঙৰ সমাধান লুকুই থাকিব পাৰে।

Tags: গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰগৱেষণাত দাবীদৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে
Share4Tweet3Send

Related Posts

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

by Staff Reporter
June 23, 2026
50
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx