ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

Staff Reporter by Staff Reporter
May 5, 2026
Reading Time: 1 min read
A A
0
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

পশ্চিমবংগত প্ৰথমবাৰৰ বাবে গেৰুৱা দলৰ বিজয় । অসম, পুডুচেৰীত বিজেপিয়ে লাভ কৰিছে বৃহৎ ডাঙৰ বিজয়। দুয়োখন ৰাজ্যতে পুনৰ শাসনলৈ উভতিছে গেৰুৱা সেনা। এই ফলাফলত উচ্ছাসিত প্ৰধানমন্ত্ৰী মোদী। তেওঁ এই দুখন ৰাজ্যৰ ভোটাৰক অভিনন্দন জ্ঞাপন কৰে। লগতে প্ৰতিশ্ৰুতি পালন কৰাৰ আশ্বাস দিয়ে। নৰেন্দ্ৰ মোদীয়ে কেৰালা আৰু তামিলনাডুৰ ভোটাৰকো ধন্যবাদ জ্ঞাপন কৰে।

Assam Election results I
পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী:

অসমৰ জয়ৰ সন্দৰ্ভত মোদী

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ হেণ্ডেলত লিখিছে, “অসমে আকৌ এবাৰ বিজেপি-এনডিএক আশীৰ্বাদ দিলে! অসম বিধানসভা নিৰ্বাচনত বিজেপি-এনডিএৰ এই বিজয় আমাৰ মিত্ৰজোঁটৰ উন্নয়নমুখী দৃষ্টিভংগী আৰু জনজীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ কৰা প্ৰচেষ্টাৰ প্ৰতি জনসাধাৰণৰ অদম্য সমৰ্থনৰ এক উজ্জ্বল নিদৰ্শন। এই বিশাল ভোটৰ বাবে অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। মই তেওঁলোকক আশ্বাস দিছোঁ যে আমি ৰাজ্যখনৰ সামগ্ৰিক পৰিৱৰ্তনৰ বাবে অক্লান্তভাৱে কাম কৰি যাম।” মোদীয়ে অসমৰ বিজেপি নেতা-কৰ্মীৰ প্ৰচেষ্টাক প্ৰশংসা কৰি লিখিছে, “অসমৰ ৰাইজৰ মাজত দিনে-নিশাই কৰা অক্লান্ত কৰ্মৰ বাবে বিজেপি-এনডিএৰ সকলো কৰ্মকৰ্তাক শলাগ লৈছোঁ। বিগত দশকত আমাৰ দল আৰু মিত্ৰতাৰ যিদৰে বিকাশ হৈছে সেয়া সঁচা অৰ্থত প্ৰশংসনীয়। তেওঁলোকৰ নিষ্ঠাৱান প্ৰচেষ্টাৰ বাবেই আমাৰ ইতিবাচক কাৰ্যসূচী আৰু এজেণ্ডাই সাধাৰণ জনতাৰ হৃদয়ত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।”

পুডুচেৰী সন্দৰ্ভত মোদী

“পুডুচেৰীত আমাৰ এনডিএৰ কৰ্মীসকলে তৃণমূল পৰ্যায়ত কৰা অসাধাৰণ প্ৰচেষ্টাক লৈ মই অতি গৌৰৱান্বিত। তেওঁলোকে অহৰহ ৰাইজৰ মাজত থাকি আমাৰ দৃষ্টিভংগী আৰু কৰ্ম অভিলেখ ৰাইজৰ আগত দাঙি ধৰিছে। আৰু সেইবাবেই জনসাধাৰণে আমাক পুনৰ আশীৰ্বাদ দিছে।” প্ৰধানমন্ত্ৰীয়ে কয়।

তামিলনাডু সন্দৰ্ভত মোদী

অৱশ্যে দক্ষিণৰ ৰাজ্যখনত এনডিএ ধৰাশায়ী হৈছে। তথাপিও মোদীয়ে লিখিছে, “তামিলনাডুৰ বিধানসভা নিৰ্বাচনত এনডিএক সমৰ্থন কৰাৰ বাবে তামিলনাডুৰ ভোটাৰসকলক ধন্যবাদ জনাইছোঁ। জনসাধাৰণৰ সমস্যা সমাধান আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আমি সদায় আগস্থানত থাকিম। টিভিকেক তেওঁলোকৰ উৎকৃষ্ট ফলাফলৰ বাবে অভিনন্দন জনাইছোঁ। তামিলনাডুৰ প্ৰগতি আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো কষ্ট বাদ নিদিয়ে।”

কেৰেলা সন্দৰ্ভত মোদী

কেৰালাত এইবাৰ চৰকাৰ পৰিৱৰ্তন হৈছে। পুনৰ ক্ষমতালৈ আহিছে কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ মিত্ৰজোঁট। তথাপিও প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে, “উন্নত কেৰালাৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিম।” মোদীয়ে লিখিছে, “কেৰালাত বিজেপি-এনডিএক ভোট দিয়া সকলোকে ধন্যবাদ জনাইছোঁ। কেৰালাৰ প্ৰগতিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি উজ্জ্বল কৰি যাম আৰু ‘উন্নত কেৰালা’ৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিম। কেৰালা বিধানসভা নিৰ্বাচনত ইউডিএফক জয়লাভ কৰাৰ বাবে মই অভিনন্দন জনাইছোঁ। কেৰালাৰ জনসাধাৰণৰ উন্নয়নমূলক আকাংক্ষা পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সদায় সমৰ্থন আগবঢ়াব।”

Tags: অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰেধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰপিছত প্ৰধানমন্ত্ৰী মোদী
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু
National-International

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
50
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx