ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 16, 2026
Reading Time: 1 min read
A A
0
Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

যোৱা ৯ এপ্ৰিলত এইবাৰ একেটা পৰ্যায়তে অনুষ্ঠিত হয় অসম বিধানসভাৰ নিৰ্বাচন। কোনো ধৰণৰ হানি-বিঘিনি নোহোৱাকৈ এইবাৰ সমাপ্ত হয় নিৰ্বাচন। অৱশ্যে এগৰাকী নিৰ্বাচনী বিষয়াৰ বিশ্বনাথ জিলাত দায়িত্ব পালন কৰি থকা অৱস্থাতে মৃত্যু হয়।

Assam assembly election 2026 I
গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ:

অৱশ্যে দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। কিন্তু তাৰ মাজতে কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ৯ এপ্ৰিলত নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ আজিও নিৰুদ্দেশ এগৰাকী শিক্ষক। টেট শিক্ষকগৰাকী নিৰুদ্দেশ হৈ থকাৰ খবৰে কাৰ্বি আংলং জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

IMG 20260416 WA0045 | ASSAM TIMES POST

৯ এপ্ৰিলত বিধানসভা নিৰ্বাচনত কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী ৰংমংৱে মণ্ডলৰ অন্তৰ্গত ১৯ নং চাৰ্পো কাথাৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় প’লিং বিষয়াৰূপে দায়িত্ব পালন কৰিছিল কৰ্ণেলিয়াছ কিন্দো নামৰ শিক্ষকগৰাকীয়ে৷ কিন্তু নিৰ্বাচনৰ দায়িত্ব শেষ হোৱাৰ পিছতো আজি পৰ্যন্ত তেওঁ নিজগৃহত উপস্থিত হোৱা নাই।

ইফালে তেওঁ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে খবৰ কৰাত তেওঁৰ সৈতে নিৰ্বাচনী দায়িত্বত যোৱা বিষয়াসকলে জনায় যে গা বেয়ালগা বুলি তেওঁ ওলাই আহিছিল
তাৰ পিছত তেওঁ ক’লৈ গ’ল সেই বিষয়ে তেওঁলোকে একো নাজানে৷

উল্লেখযোগ্য যে ৰংমংৱেৰ পৰা ডিফু ধনশিৰিৰ ঘৰলৈ আহিবলৈ কোনো গাড়ী পোৱাতো সম্ভৱ নহয়৷ তাৰ মাজতে শিক্ষকগৰাকী নিৰুদ্দেশ হয়৷ ইফালে এই বিষয়টো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই জিলা আয়ুক্তক অৱগত কৰে। আনহাতে, আৰক্ষীয়েও তেওঁৰ সন্ধানত তদন্ত কৰিও কোনো সম্ভেদ লাভ কৰা নাই৷

আনহাতে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিক্ৰম গোৱালাৰ নেতৃত্বত এটি দলৰ লগতে বোকাজানৰ মহকুমা আৰক্ষী বিষয়াৰ লগত এটি দলে অঞ্চলটোত অভিযান চলায় যদিও তেওঁৰ সন্ধান কৰাত ব্যৰ্থ হয়৷ দ্ৰোণ কেমেৰাৰে সমগ্ৰ এলেকাটোৰ অৰণ্য আৰু নদীত দলটোৱে অভিযান চলায়৷ উল্লেখযোগ্য যে নিৰুদ্দেশ হোৱাৰ কিছু সময়ৰ পূৰ্বে তেওঁ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি শাৰীৰিক অসুস্থতাৰ কথাও কৈছিল৷

ইফালে ভোট কেন্দ্ৰত কৰ্মৰত সহকৰ্মীসকলে জানিবলৈ দিয়া মতে, কৰ্ণেলিয়াছ কিন্দো নামৰ ব্যক্তি গৰাকীয়ে অসুস্থ হৈ ঘৰলৈ যাবলৈ বিচাৰে যদিও পৰৱৰ্তী সময়ত তেওঁৰ মোবাইলটো বন্ধ থাকে আৰু এতিয়াও বন্ধ হৈ আছে৷

কিন্তু তেওঁৰ মোবাইলৰ অন্তিম অৱস্থান বিশ্বনাথ জিলাৰ আশে-পাশে দেখুৱায়৷ উল্লেখযোগ্য যে কৰ্নেলিয়াছ কিন্দো কাৰ্বি আংলং জিলাৰ লুম্বাজং ব্লকৰ অন্তৰ্গত কঁঠালগুৰি নেপালী বস্তি এল পি স্কুলৰ ৰঙাপাহাৰ ক্লাষ্টাৰৰ টে’ট শিক্ষক হিচাপে কৰ্মৰত আছিল।

Tags: কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁগৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx