ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Election 2026 : অসম বিধানসভা নিৰ্বাচন, ২০২৬ৰ কিছু তথ্য

নিউজ ডেস্কঃ

News Desk by News Desk
April 8, 2026
Reading Time: 1 min read
A A
0
Assam Election 2026 : অসম বিধানসভা নিৰ্বাচন, ২০২৬ৰ কিছু তথ্য

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

মাজত মাত্ৰ কেইঘণ্টামান বাকী। ৯ এপ্ৰিলত ৰাজ্যত একেটা পৰ্যায়তে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ (Legislative Assembly election voting)। ভোটগ্ৰহণৰ পূৰ্বে এইবাৰৰ নিৰ্বাচনৰ কিছু তথ্য (Some information about the election) জানো আহক

সমষ্টি সংখ্যা ১২৬
মুঠ প্ৰাৰ্থী ৭২২
মনোনয়ন দাখিল ১৩৮৯
মনোনয়ন গৃহীত ১২৪৮
মনোনয়ন বাতিল ৫১
মনোনয়ন প্ৰত্যাহাৰ ৯০
পুৰুষ প্ৰাৰ্থী ৬৫৩
মহিলা প্ৰাৰ্থী ৬৯

মুখ্য প্ৰাৰ্থী :

দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ (বিজেপি), মীৰা বৰঠাকুৰ (কংগ্ৰেছ), জয়ন্ত কুমাৰ দাস (নিৰ্দলীয়)
মধ্য গুৱাহাটী সমষ্টিত কুংকি চৌধুৰী (অজাপ), বিজয় গুপ্তা (বিজেপি)
জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দোতমা সমষ্টিত ৰবিৰাম নাৰ্জাৰী (বিপিএফ), ৰাজু কুমাৰ নাৰ্জাৰী (ইউপিপিএল)
কোকৰাঝাৰ সমষ্টিত শিউলী মহিলাৰী (বিপিএফ), লৰেন্স ইছলেৰী (ইউপিপিএল)
বঙাইগাঁও সমষ্টিত দীপ্তিময়ী চৌধুৰী (অগপ)
ৰঙিয়া সমষ্টিত প্ৰাণজিৎ চৌধুৰী (কংগ্ৰেছ), ভৱেশ কলিতা (বিজেপি)
নলবাৰী সমষ্টিত জয়ন্তমল্ল বৰুৱা (বিজেপি), অশোক শৰ্মা (কংগ্ৰেছ)
তামুলপুৰ সমষ্টিত বিশ্বজিৎ দৈমাৰী (বিজেপি), প্ৰমোদ বড়ো (ইউপিপিএল)
জাগীৰোড সমষ্টিত বুবুল দাস (কংগ্ৰেছ), পীযুষ হাজৰিকা (বিজেপি)
লখিমপুৰ সমষ্টিত ঘন বুঢ়াগোহাঁই (কংগ্ৰেছ), মানৱ ডেকা (বিজেপি)
শিৱসাগৰ সমষ্টিত প্ৰদীপ হাজৰিকা (অগপ), কুশল দুৱৰী (বিজেপি), অখিল গগৈ (ৰাইজৰ দল)
যোৰহাটত সমষ্টিত গৌৰৱ গগৈ (কংগ্ৰেছ), হিতেন্দ্ৰনাথ গোস্বামী (বিজেপি)
মৰিয়নি সমষ্টিত ডঃ জ্ঞানশ্ৰী বৰা (ৰাইজৰ দল), ৰূপজ্যোতি কুৰ্মী (বিজেপি)
খোৱাং সমষ্টিত চক্ৰধৰ গগৈ (বিজেপি), লুৰীণজ্যোতি গগৈ (অসম জাতীয় পৰিষদ)
হাফলং সমষ্টিত ৰূপালী লাংথাছা (বিজেপি), ডেনিয়েল লাংথাছা (এন পি পি), নন্দিতা গাৰ্লোচা (কংগ্ৰেছ)

candi | ASSAM TIMES POST
যোৰহাট সমষ্টিত গৌৰৱ গগৈ (কংগ্ৰেছ) আৰু জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মা (বিজেপি) প্ৰাৰ্থিত্ব প্ৰদান কৰিছে

প্ৰাৰ্থীৰ তথ্য :

মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কোটিপতি ২৮৫
অপৰাধৰ গোচৰ ১০২ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে
গুৰুতৰ অপৰাধৰ গোচৰ ৮২ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে

ভোটাৰৰ তথ্য :

মুঠ ভোটাৰ ২,৪৯,৫৮,১৩৯
পুৰুষ ভোটাৰ ১,২৪,৮২,২১৩
মহিলা ভোটাৰ ১,২৪,৭৫,৫৮৩
তৃতীয় লিংগৰ ভোটাৰ ৩৪৩ গৰাকী
ছাৰ্ভিচ ভোটাৰ ৬৩,৪২৩
১৮-১৯ বছৰৰ ভোটাৰ ৬,৪২,৩১৪
৮০ বছৰৰ ঊৰ্ধ্বৰ ২,৫০,০০৬
বিশেষভাৱে সক্ষম ভোটাৰ ২,০৫,০৮৫

সৰ্বমুঠ ভোটকেন্দ্ৰ ৩১,৪৯০
ৱেবকাষ্টিং ৩১,৪৯০
মূল ভোটকেন্দ্ৰ ৩১,৪৮৬
সহায়ক ভোটকেন্দ্ৰ ৪
ভোট গ্ৰহণৰ বাবে বেলট ইউনিট ৪১,৩২০
কণ্ট্ৰোল ইউনিট ৪৩,৯৭৫ টা
ভিভিপিএটি মেচিন ৪৩,৯৯৭

মঙলবাৰলৈকে পোষ্টেল ভোট ২৬,০৩২ গৰাকী ৮৫ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক, ৮,৩৭৩ গৰাকী দিব্যাংগ

Tags: Assamelection2026
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx