ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও শ্মশানঘাট শিৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে কেইবা সহস্ৰাধিক ভক্তৰ সমাগম

Staff Reporter by Staff Reporter
February 21, 2020
Reading Time: 1 min read
A A
0
নগাঁও শ্মশানঘাট শিৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে কেইবা সহস্ৰাধিক ভক্তৰ সমাগম

0 1 e1574345654996 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

Assam’s Haflong College Students Protest Alleged Exam Irregularities

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

নগাঁও, ২১ ফেব্ৰুৱাৰী : শিৱৰাত্ৰি উপলক্ষে আজি পুৱাৰে নগাঁও চহৰৰ পূৱ আমোলাপট্টিৰ সাৰ্বজনীন নগাঁও শ্মশানঘাট শিৱ মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত ববলৈ ধৰে । মন্দিৰৰ শিৱলিংগত ফুল , বেলপাত, ধূপ- দীপ, নৈবদ্য আদিৰে ভক্তসকলে পূজা অৰ্চনা কৰে। আনহাতে আজি পুৱা পুৰণিগুদাম কলংপাৰ হালোৱাগাঁৱৰ নৱ-প্ৰজন্ম নামতি দলে পৰিবেশন কৰা দিহানামে মন্দিৰ চৌহদত সমবেত কেইবা সহস্ৰাধিক ভক্তৰ দৃষ্টি আকর্ষণ কৰা পৰিলক্ষিত হয় । ইপিনে আজি সন্ধিয়া মন্দিৰ চৌহদত থকা নটৰাজ কলাক্ষেত্ৰৰ স্হায়ী মঞ্চত গীতায়ন চিত্রাংকন আৰু সংগীত বিদ্যালয় আৰু জ্যোতিষ্মান সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

WhatsApp Image 2020 02 21 at 17.33.58 | ASSAM TIMES POST

সন্ধিয়াৰে পৰা মন্দিৰত অহোৰাত্ৰি শিৱ পূজা আৰম্ভ হয়। উল্লেখ্য, শ্মশানঘাট শিৱ মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শিৱৰাত্ৰি পূজাৰ কাইলৈ অন্তিম দিনৰ কাৰ্যসূচীত পুৱা ৬ বজাৰ পৰা ভক্তৰ বাবে মন্দিৰৰ দ্বাৰ মুকলি কৰা হব। কাইলৈ পুৱা ১০ বজাত দিহা নাম প্ৰতিযোগিতা, সন্ধিয়া ৫ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হবলগা সাংস্কৃতিক অনুষ্ঠানত ফৌজদাৰীপট্টিৰ পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ শিল্পীসকলৰ লগতে ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অনুষ্ঠান পৰিৱেশন কৰিব ।

Tags: assamNagaonShivratri
Share4Tweet3Send

Related Posts

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
ADVERTISEMENT
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ
National-International

Israel Iran war : ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

June 8, 2026
50
Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

TMC crisis : মমতা-অভিষেক দিল্লীত থকাৰ সময়তে তৃণমূল বিদ্ৰোহী সাংসদৰ গোপন বৈঠক
National-International

TMC crisis : মমতা-অভিষেক দিল্লীত থকাৰ সময়তে তৃণমূল বিদ্ৰোহী সাংসদৰ গোপন বৈঠক

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

Israel Iran war : ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

June 8, 2026
Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

June 8, 2026
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx