ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সম্পন্ন “ফিল্মফেয়াৰ”- “হিট নে ফ্লপ” ২০২০ বৰ্ষৰ ফিল্মফেয়াৰঃ

Staff Reporter by Staff Reporter
February 19, 2020
Reading Time: 1 min read
A A
0
সম্পন্ন “ফিল্মফেয়াৰ”-  “হিট নে ফ্লপ” ২০২০ বৰ্ষৰ ফিল্মফেয়াৰঃ

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হ’ল বহু চৰ্চিত ৬৫তম ফিল্মফেয়াৰ এৱাৰ্ড। কৰণ জহৰ, কাৰ্তিক আৰিয়নকে আদি কৰি কেইবাগৰাকীও বলীউড তাৰকাৰ সমাৱেশ ঘটিল ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত। ইয়াৰ মাজতেই কিন্তু অসম চৰকাৰৰ এই পদক্ষেপক লৈ সমালোচনা কৰাও দেখিবলৈ পোৱা গ’ল একাংশ দৰ্শকক। য’ত এফালে #BoycottFilmfare ৰ ঢৌ উঠিছে; তাতে আকৌ আনফালে অসম পৰ্যটন বিভাগৰ দাবীক উফৰাই থৈ এটা ৰাতিৰ ভিতৰতে মুম্বাই অভিমুখী তাৰকা সমূহক উদ্দশ্যি বিভিন্ন জনে ট্ৰোল কৰে অসম চৰকাৰক।

filmfare awards 2020s results questioned by netizens as they troll the show with boycottfilmfare trend | ASSAM TIMES POST

filmfare awards winners alia ranveer | ASSAM TIMES POST

ফিল্মফেয়াৰৰ প্ৰায় প্ৰত্যেকটো সংস্কৰণত উপস্থিত কিং শ্বাহৰুখ খান ২০২০ বৰ্ষত উপস্থিত নথকাক লৈ একাংশই উঠালে প্ৰশ্ন। মুম্বাইৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছে যে অসম চৰকাৰে টকা ব্যয় কৰিব নোৱাৰাৰ বাবেই তিনি খান ও বিগ বি অমিতাভক দেখিবলৈ পোৱা নগ’ল এইবাৰৰ ফিল্মফেয়াৰত। ইয়াৰ উপৰিও, যিসকলক ফিল্মফেয়াৰ এৱাৰ্ড প্ৰদান কৰা হ’ব অথবা যিসকল তাৰকাই এই শ্ব’টোত নৃত্য কৰিব তেওঁলোককহে এইবাৰৰ ফিল্মফেয়াৰত মতা হৈছে বুলি দাবী কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে।

16 02 2020 ranveer singh 20035579 | ASSAM TIMES POST

ইয়াৰ লগতে, অসমৰ পৰ্যটন ক্ষেত্ৰ কাজিৰঙা ফুৰিব বুলি দাবী কৰা পৰ্যটন বিভাগক বুঢ়া আঙুলি দেখুৱাই এদিনতে মুম্বাইলৈ ৰাওঁনা হ’ল আয়ূসমান খুৰানা, কাৰ্তিক আৰিয়ন তথা বিকি কৌশলকে ধৰি মাধুৰী দীক্ষিতো। গতিকে, যি মানসৰে গুৱাহাটীত পতা হৈছিল ফিল্মফেয়াৰ; সেয়া বাৰু সম্পূৰ্ণ হ’ল নে?? হাঁহিয়াতৰ পাত্ৰ হ’ল নেকি বাৰু অসম চৰকাৰ??

images 7 | ASSAM TIMES POST

এইখিনিতে, কোৱা বাহুল্য যে; অক্ষয় কুমাৰে যিটো সময়ত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মঞ্চলৈ মাতি নিলে তেতিয়াই পিছফালৰ পৰা তথাকথিত একাংশ দৰ্শকে “ন-কা”, অথবা “গ-বেক” ৰ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছিল। এইখিনিতে, প্ৰশ্ন হয় জাতি-মাতি-ভেঁটি ৰক্ষাৰ স্বাৰ্থত য’তে-ত’তেই এনেবোৰ ধ্বনি দিয়া জৰুৰী নে??

ca99f2ea f02f 449d 9567 e0d4c0fd0ea4 | ASSAM TIMES POST

উল্লেখ্য যে, বিগত কিছু দিন ধৰি বিতৰ্কিত নাগৰিকত্ব আইন চমুকৈ “কা” ৰ বিৰোধিতা কৰি অসম চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। তৎস্বত্বেও কন্ঠশিল্পী গৰাকী ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত থাকি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আলিংগন কৰাৰ দৃশ্যও চচিয়েল মিডিয়াত ভাইৰেল হৈছিল। কিন্তু, ফিল্মফেয়াৰলৈ অসম চৰকাৰৰ দ্বাৰা পোনপটীয়া আমন্ত্ৰণ দিয়া হোৱা নাছিল জুবিন গাৰ্গক; কিন্তু কিয়? আপোনালোকে কি ভাৱে?? কমেন্ট কৰি আমাক জনাওঁক।

SOURCE:https://rupaliparda.com/archives/10465

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: bollywood cinemabollywood filmbollywood movieZubeen Garg
Share6Tweet4Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
51
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
57
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
53
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d