ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Editorial

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

কামৰুল খান :

News Desk by News Desk
January 13, 2026
Reading Time: 1 min read
A A
0
Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

RELATED POSTS

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

New Logo Smal 2 | ASSAM TIMES POST

ভোগৰ মেটমৰা সম্ভাৰ লৈ পুনৰ আহিছে হেঁপাহৰ ভোগালী (Bhogali)। পুহৰ নিহালিখন কাটি কৰি এতিয়া সকলো ব্যস্ত উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ আয়োজনত। ইতিমধ্যে বজাৰ ভৰি পৰিছে ভোগৰ সামগ্ৰীৰে। বিধে বিধে লাড়ু, পিঠা, চিৰা, দৈ; ৰৌ, চিতল, আৰি, বাহু, বৰালি মাছ; হাঁহ, ছাগলীৰ মাংস বজাৰ কৰি পাকঘৰ ভৰাই পেলাইছে প্ৰতিগৰাকী অসমীয়াই।

ইয়াৰ লগতে আছে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি তথা ভোগালী বিহু উদযাপনৰ বিশেষ নিয়ম। ক’ৰবাত যদি সমূহীয়াভাৱে বিলত মাছধৰা পৰ্ব চলিছে, ক’ৰবাত আকৌ ৰজাদিনীয়া পৰম্পৰাৰে মাঘৰ বিহু উদযাপনৰ আয়োজন। ইফালে পথাৰত বিভিন্ন আৰ্হিৰে ভেলাঘৰ, মেজি সাজি নিশাৰ সাঁজ একেলগে খাই পুৱতি নিশা মেজি জ্বলাই অসূয়া-অমংগল দূৰ কৰাৰ লগতে অপশক্তিক নাশ কৰি মেজিৰ জুইৰ উত্তাপত বছৰটোৰ বাবে দেহ-মন টনকিয়াল কৰাৰ বাবে সাজু হৈছে সকলো।

ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন
ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

চহা কৃষকৰ উৎসৱ ভোগালী বিহু বা মাঘ বিহু স্মৰাণীতত কালৰে পৰা অসমত উদযাপন কৰি অহা হৈছে। এই উৎসৱৰ এটাই তাৎপৰ্য, বছৰটোৰ বাবে সোণগুটি লখিমীক ভঁৰালত চপাই এসাঁজ লগে-ভাগে উদৰ পূৰাই খোৱা। বছৰটোৰ বিভিন্ন অভাৱ-অনাটন, দুখ-শোক পাহৰি এটা দিনত ভোগৰ ভোগজৰাটি গ্ৰহণ কৰি পুনৰ আন এটা বছৰৰ বাবে কৰ্মস্পৃহা গোটাই লোৱা।

bihu 2 | ASSAM TIMES POST

আজি মাঘৰ উৰুকা। সাধাৰণতে মাঘৰ দোমাহীৰ আগদিনা যি লগভাত খোৱাৰ নিয়ম সেই দিনটোকে উৰুকা বুলি কোৱা হয়। উৰুকাৰ নিশা সকলোৱে লগে-ভাগে এসাঁজ খাই দোমাহীৰ পুৱতি নিশা মেজিৰ জুই উত্তাপ লৈ কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱা এক নিয়ম। ইয়াৰ পিছত ইঘৰে সিঘৰলৈ গৈ বিবিধ পিঠা-পনাৰে আপ্যায়ন কৰে আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল-ধেমালিত অংশগ্ৰহণ কৰে।

bihu 3 | ASSAM TIMES POST

যিয়ে নহওক বিভিন্ন ঘাত-প্ৰতিঘাত সত্ত্বেও প্ৰতিগৰাকী অসমীয়াৰ বাবে অতি আপোন ভোগালী বিহু। সকলো দুখ-শোক কাটি কৰি হ’লেও ধনী-দুখীয়া সকলোৱে এসাঁজ উলহ-মালহেৰে খাই উপভোগ কৰে। এই ভোগালী বিহুৱে আনে সমৃদ্ধিৰ বতৰাও। সেয়ে এইবাৰৰ ভোগালী বিহুৱেও আগন্তুক দিনত ৰাজ্যবাসীৰ বাবে আনক সুখ আৰু সমৃদ্ধিৰ অনাবিল সম্ভাৰ তাৰেই কৰিছোঁ।

“শেষত অসমবাসীলৈ আছাম টাইমছ পোষ্টৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BhogaliBihu2026
Share5Tweet3Send

Related Posts

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি
Editorial

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

by Staff Reporter
January 13, 2025
60
Embracing 2025: A Journey of Growth, Resilience, and Human Connection
Editorial

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

by ASSAM TIMES POST
January 1, 2025
56
নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:
Editorial

নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

by ASSAM TIMES POST
January 1, 2025
53
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন
Editorial

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন

by ASSAM TIMES POST
November 15, 2024
63
Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি
Editorial

Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি

by News Desk
January 14, 2024
77
close up photo of plastic bottle
Featured

The Urgent Need to Address Growing Pollution in Assam:

by Sanjeev Sarma
March 4, 2023
245.1k
ADVERTISEMENT
Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে
National-International

Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

October 23, 2026
50
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
50
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত
National-International

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026
50
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

October 23, 2026
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d