ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু মাছ বজাৰৰ জঘন্য কাণ্ড: ডিফু আৱৰ্ত ভৱনত জিলা আয়ুক্ত নিৰলা ফাংচপীৰ অধ্যক্ষতা শান্তি সভা

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 16, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

New Logo Smal | ASSAM TIMES POST

দেওবাৰ দিনৰ প্ৰায় ২ বজাত ডিফু আৱৰ্ত ভৱনত যোৱা ১৪ মাৰ্চত ডিফু মাছ বজাৰত সংঘটিত হোৱা জঘন্য কাণ্ডকলৈ জিলা আয়ুক্ত নিৰলা ফাংচপীৰ অধ্যক্ষতাত এক শান্তি সভা অনুষ্ঠিত হৈ যায় ৷ জিলা আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন নাথ, বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ বিভাগৰ ভাৰপ্ৰাপ্ত সচিব দিলীপ তেৰাঙৰ উপস্থিতিত কেএছএ, কেএডব্লিউ জেএফ ডিফু বঙালী সমাজ, ডিফু মছজিদ কমিটিকে ধৰি বিভিন্ন দল-সংগঠনে উক্ত শান্তি সভাত অংশ গ্ৰহণ কৰে ৷

ডিফু মাছ বজাৰৰ জঘন্য কাণ্ড: ডিফু আৱৰ্ত ভৱনত জিলা আয়ুক্ত নিৰলা ফাংচপীৰ অধ্যক্ষতা শান্তি সভা
ডিফু মাছ বজাৰৰ জঘন্য কাণ্ড: ডিফু আৱৰ্ত ভৱনত জিলা আয়ুক্ত নিৰলা ফাংচপীৰ অধ্যক্ষতা শান্তি সভা

ৰুদ্ধ দ্বাৰ সভাখনত প্ৰতিটো দল-সংগঠনৰ নেতা সকলে নিজৰ নিজৰ বক্তব্য ৰাখে বুলি জানিব পৰা গৈছে ৷ সভাৰ অন্তত জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, আজি সকলো দল-সংগঠনৰ নেতা সকলে জিলাখনত শান্তি- সম্প্ৰিতী অটুট ৰখাৰ বাবে একমত পোষণ কৰিছে ৷ কিয়নো শান্তি অবিহনে উন্নয়ন অসম্ভৱ ৷ ১৪ মাৰ্চত ডিফু মাছ বজাৰত কেএছএ নেতাৰ দাৰে ঘপিয়াই আহত কৰা দোষী নাজিৰুল ইছলামক আৰক্ষী আটক কৰি উচিত আইনৰ ধাৰা অনুসৰি ডিফু থানাত এক গোছৰ ৰুজু তদন্ত কৰি আছে বুলি জনায় আয়ুক্ত গৰাকীয়ে ৷

ইয়াৰোপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসা কৰি থকা আহত শুকুৰছিং বৰ্তমান সংকটমুক্ত আৰু শীঘ্ৰেই তেওঁ সুস্থ হব বুলি জনায় ৷ আনহাতে মাছ বজাৰৰ বাহিৰে কালিৰ পৰা সকলো দোকান পোহাৰ ডিফু চহৰত খোলা ৰাখিবলৈ আহ্বান জনায় জিলা আয়ুক্তই ৷ কেৱল মাছ বজাৰৰ ব্যৱসায়িক অনুজ্ঞা পত্ৰ সমূহ পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষই পুণঃৰীক্ষণ কৰাৰ পিছত পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয় ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন নাথআৰক্ষী আটকআৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মউন্নত চিকিৎসাউন্নয়ন অসম্ভৱকাৰবি আংলংকেএছএকেএডব্লিউ জেএফকৰ বিভাগগুৱাহাটী চিকিৎসা মহাবিদ্যালয়গোছৰ ৰুজু তদন্তজঘন্য কাণ্ডজিলা আয়ুক্ত নিৰলা ফাংচপীয়েজিলা আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱাডিফু আৱৰ্ত ভৱনডিফু বঙালী সমাজডিফু মছজিদ কমিটিডিফু মাছ বজাৰদল-সংগঠনৰ নেতাদিলীপ তেৰাঙদেওবাৰ দিনৰ প্ৰায় ২ বজাতদোকান পোহাৰ ডিফু চহৰনাজিৰুল ইছলামপৰিষদৰ বিভাগীয় কৰ্তৃপক্ষবোকাজান মহকুমাব্যৱসায়িক অনুজ্ঞা পত্ৰশান্তি সভাশান্তি সভা অংশগ্ৰহণশান্তি-সম্প্ৰিতীশুকুৰছিংসংকটমুক্তসাংবাদিকৰ সৈতে বাৰ্তালাপসিদ্ধান্ত গ্ৰহণস্বায়ত্তশাসিত পৰিষদ১৪ মাৰ্চৰুদ্ধ দ্বাৰ সভা
Share10Tweet6Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
53
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে
National-International

Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

October 23, 2026
50
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
50
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত
National-International

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026
50
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

October 23, 2026
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d