ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Chandrayaan mission : চন্দ্ৰৰ শিলৰ নমুনা সংগ্ৰহৰ বাবে এইবাৰ চন্দ্ৰযান-৪ অভিযান

নিউজ ডেস্কঃ

News Desk by News Desk
February 6, 2025
Reading Time: 1 min read
A A
0
Chandrayaan mission : চন্দ্ৰৰ শিলৰ নমুনা সংগ্ৰহৰ বাবে এইবাৰ চন্দ্ৰযান-৪ অভিযান

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

New Logo Smal | ASSAM TIMES POST

চন্দ্ৰযান-৩ৰ (Chandrayaan-3) সফলতাৰ পিছত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে চন্দ্ৰ সম্পৰ্কীয় ইছৰোৰ পৰৱৰ্তী প্ৰকল্পৰ বিষয়ে অৱগত কৰে। চন্দ্ৰযান-৪ নতুন লক্ষ্য (Chandrayaan-4 new target) লৈ চন্দ্ৰলৈ যাব। পৰৱৰ্তী অভিযানৰ লক্ষ্য হ’ব চন্দ্ৰৰ মাটিৰ পৰা শিলৰ নমুনা সংগ্ৰহ কৰা। চন্দ্ৰযান-৪ ২০২৭ চনত উৎক্ষেপণ কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে চন্দ্ৰযান-৪ অভিযানত কমেও দুটা ৰকেট নিক্ষেপ কৰা হ’ব। গধুৰ এলভিএম-৩ ৰকেটত পাঁচটা মিছন ক্ৰিটিকেল কম্পোনেণ্ট কঢ়িয়াই নিব। কিছুমান বিশেষ কক্ষপথত স্থাপন কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে কয়, “ইছৰোৱে চন্দ্ৰৰ ভূমিৰ পৰা শিল আৰু মাটিৰ নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ আনিব বিচাৰিছে। সেই উদ্দেশ্যে চন্দ্ৰযান-৪ প্ৰস্তুত কৰা হৈছে।”

moon 1 | ASSAM TIMES POST
চন্দ্ৰৰ শিলৰ নমুনা সংগ্ৰহৰ বাবে এইবাৰ চন্দ্ৰযান-৪ অভিযান

ইছৰ’ৱে চন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণ কৰিবলৈ আৰু দুবছৰ সময় লাগিব। কিন্তু তাৰ পূৰ্বে আৰু দুটা গুৰুত্বপূৰ্ণ অভিযান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সন্মুখত আছে। ২০২৬ চনত গগনযান মুকলি কৰাৰ কথা। উক্ত প্ৰকল্পৰ জৰিয়তে মহাকাশযানখন ভাৰতীয়ৰ সৈতে মহাকাশত এক নিৰ্দিষ্ট উচ্চতালৈ যাব। ইয়াৰ পিছত তেওঁলোকক পুনৰ পৃথিৱীলৈ অনা হ’ব। ইয়াৰ পিছত ইছৰোৱে ‘সমুদ্ৰায়ন’ প্ৰকল্প ৰূপায়ণ কৰাৰ কথা। সেইটোও ২০২৬ চনত হ’ব৷ উক্ত প্ৰকল্পত তিনিজন বিজ্ঞানীক সাগৰৰ ছহাজাৰ মিটাৰ গভীৰতালৈ লৈ যোৱা হ’ব। এই দুয়োটা অভিযানে ভাৰতত বিজ্ঞানৰ সন্ধানত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ গৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখযোগ্য যে ভাৰতৰ চন্দ্ৰযান-৩ লেণ্ডাৰে ২০২৩ চনৰ আগষ্ট মাহত চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিছিল। লেণ্ডাৰ বিক্ৰমৰ পেটৰ পৰা ওলাই চন্দ্ৰৰ মাটিত ঘূৰি ফুৰিছিল ৰভাৰ প্ৰজ্ঞান। ১৪ দিনৰ বাবে বিভিন্ন নমুনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰ পিছত পৰিকল্পনা অনুসৰি এই যন্ত্ৰটো চন্দ্ৰপৃষ্ঠত নিষ্ক্ৰিয় কৰি দিয়া হয়। চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে ভাৰত এই তালিকাত প্ৰৱেশ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে কেৱল আমেৰিকা, ৰাছিয়া আৰু চীনেহে চন্দ্ৰত মহাকাশযান অৱতৰণ কৰিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Chandrayaan-4missionচন্দ্ৰযান-৪অভিযান
Share5Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
55
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
58
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
55
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
55
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
57
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
57
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d