ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

পুৰণা লাহৰিজানত বৃহৎ পৰিমানৰ সন্দেহযুক্ত কানি সহ দুজন সৰবৰাহকাৰী আটক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

Staff Reporter by Staff Reporter
January 24, 2025
Reading Time: 1 min read
A A
0
পুৰণা লাহৰিজানত বৃহৎ পৰিমানৰ সন্দেহযুক্ত কানি সহ দুজন সৰবৰাহকাৰী আটক

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

New Logo Smal 3 | ASSAM TIMES POST

শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাত পুৰণা লাহৰিজানৰ ৬ মাইলত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ আটক হয় দুই সৰবৰাহকাৰী (Drug Seized) ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি শকুৰবাৰে বিয়লি ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ছয়মাইলত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত উদ্ধাৰ হয় কানিখিনি ৷

পুৰণা লাহৰিজানত বৃহৎ পৰিমানৰ সন্দেহযুক্ত কানি
পুৰণা লাহৰিজানত বৃহৎ পৰিমানৰ সন্দেহযুক্ত কানি সহ দুজন সৰবৰাহকাৰী আটক:

ডিমাপুৰৰ দিশৰ পৰা আহি থকা ১২ চকীয়া HP20H7866 পঞ্জীয়ন নম্বৰৰ ট্ৰাকত তালাচী চলাওতে ট্ৰাকখনৰ চালকৰ আসনৰ পিছফালে গোপন চেম্বাৰ সাজি লুকুৱাই অনা অৱস্থাত ১৬ পেকেট সন্দেহযুক্ত কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কানিখিনিৰ ওজন ১৬ কেজি ২২০ গ্ৰাম ৷ কানি খিনি সৰবৰাহৰ লগত জড়িত ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে, হিমাচল প্ৰদেশৰ সুখিন্দৰ সিঙ আৰু মধ্যপ্ৰদেশৰ প্ৰেম নাৰায়ন চামাৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Screenshot 2025 01 24 18 34 01 97 7352322957d4404136654ef4adb64504 | ASSAM TIMES POSTডিলাই থানাৰ অচি আকাশ গগৈৰ নেতৃত্বত থানা ষ্টাফৰ সহযোগত চলিছিল নাকা তালাচী অভিযান ৷ আনহাতে মহকুমা আৰক্ষী বিষয়াৰ প্ৰত্যক্ষ তত্বাৱধনাত নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে কানি খিনি জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ৷

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পুৰণা লাহৰিজানত বৃহৎ পৰিমানৰসন্দেহযুক্ত কানি সহ দুজনসৰবৰাহকাৰী আটক
Share8Tweet5Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
54
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
50
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ
Guwahati

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026
50
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d