ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Chief Justice of Gauhati High Court : ডিফুত ন্যায়িক বিষয়াসকলৰ বাসগৃহৰ আধাৰশিলা স্থাপন মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
December 4, 2024
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত গুৱাহাটী উচ্চ ন্যায়ালয় (Gauhati High Court)ৰ মুখ্য ন্যায়াধীশ (Chief Justice) বিজয় বিষ্ণই (Vijay Bishnoi)য়ে আজি ডিফুত উপস্থিত (Present in Diphu) হৈ ডিফু আদালতৰ ন্যায়িক বিষয়াসকলৰ বাবে নিৰ্মাণ হ’বলগীয়া বাসগৃহৰ আধাৰশিলা স্থাপন কৰে। আজি সন্ধিয়া ডিফুৰ জলসিঞ্চন বিভাগৰ কলনীত নিৰ্মাণ হ’বলগীয়া আবাসগৃহৰ আধাৰশিলা স্থাপন (Foundation stone laying of residence) কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। মুখ্যন্যায়াধীশগৰাকীৰ সৈতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাও এই কাৰ্যসূচীত উপস্থিত থাকে।

gup | ASSAM TIMES POST
ডিফুত ন্যায়িক বিষয়াসকলৰ বাসগৃহৰ আধাৰশিলা স্থাপন মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইৰ

উল্লেখ্য যে ৮ কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া ন্যায়াধীশ সকলৰ আবাসৰ নিৰ্মাণ কাৰ্য তদাৰক কৰিব কাৰ্বি আংলং জিলা লোক নির্মাণ বিভাগে। আধাৰশীলা স্থাপন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এই আবাহগৃসৰ নিৰ্মাণৰ জৰিয়তে ন্যায়ালয়ৰ কাম আগতকৈ অধিক ক্ষীপ্ৰতৰ হ’ব বুলি আশা প্রকাশ কৰে। ন্যায়াধীশগৰাকীয়ে কয় যে জিলা খনৰ আদালতসমূহৰ ন্যায়াধীশসকল ডিফুৰ বিভিন্ন প্রান্তত সিচৰতি হৈ বসবাস কৰি কাৰ্যনিৰ্বাহ কৰি আছিল।

gup1 | ASSAM TIMES POST
ডিফুত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই

এতিয়া একে ঠাইতে ন্যায়াধীশসকল থকাৰ বাবে আৰক্ষী আৰু প্রশাসনৰো সুবিধা হ’ব। কাৰণ চৰকাৰী বন্ধৰ সময়ত ন্যায়াধীশসকলক নিজ নিজ বাসগৃহলৈ গৈ ল’গ কৰাটোও এটা সমস্যা। এতিয়াৰে পৰা ন্যায়াধীশসকল একে স্থানত থকাৰ ফলত তেওঁলোকে একত্রিতভাবে এটা চৌহদত সমিল মিলেৰে বসবাস কৰিবলৈ সুবিধা লাভ কৰিব। এই কাৰ্য অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগিতৰ বাবে সম্ভব হোৱা বুলি ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰি ইয়াৰ বাবে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক ধন্যবাদ জ্ঞাপন কৰে।

Tags: VijayBishnoInDiphuডিফুতবিজয়বিষ্ণইমুখ্যন্যায়াধীশডিফুত
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx