ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

International Day Of The World’s Indigenous Peoples I আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ সৈতে সংগতি ৰাখি ডিফুত মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠান উদযাপন

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
August 9, 2024
Reading Time: 1 min read
A A
0
International Day Of The World’s Indigenous Peoples I আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ সৈতে সংগতি ৰাখি ডিফুত মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠান উদযাপন

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

New Logo Smal | ASSAM TIMES POST

৯ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বত উদযাপিত হোৱা “আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস” ৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ অগ্ৰণী অনুষ্ঠান অসম লেখিকা সমাজে গ্ৰহণ কৰিছে এক পদক্ষেপ। শুকুৰবাৰে ডিফু ক্লাবত দিনজোৰা কাৰ্যসূচীৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ‘মাটি-মানুহ-সমন্বয়‘ দিৱস উদযাপন কৰে।

আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ সৈতে সংগতি ৰাখি ডিফুত মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠান উদযাপন
আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ সৈতে সংগতি ৰাখি ডিফুত মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠান উদযাপন

এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ভাগত পঞ্জীয়ন আৰু  বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী সমাপন কৰা হয়। তাৰ সমান্তৰালকৈ, গছপুলি ৰোপণ, থলুৱা শিল্প প্ৰদৰ্শনী তথা কবিতা পাঠৰ কাৰ্যসূচীও এই অনুষ্ঠানত ৰূপায়ণ কৰা হয়। দুপৰীয়াৰ ভাগত মুকলি সভাও অনুষ্ঠিত হয়।

অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে আঁত ধৰা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, বিজয়া পায়েং, ড০ জ্যোতি প্ৰসাদ শইকীয়া, বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, লগতে জিলা উপায়ুক্ত নিৰলা ফাংচপীও উপস্থিত থাকে।

আজিৰ এই অনুষ্ঠানৰ মুকলি সভাত অভ্যাগতসকলৰ উপস্থিতিত অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা মুক্তিযুঁজাৰু দেউৰাম দত্ত সোঁৱৰণি ‘মহীয়ান বঁটা‘ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙক আৰু লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি ‘মাটি-মানুহ-সমন্বয় বঁটা‘ বিশিষ্ট লেখক, শিক্ষাবিদ বিজয়া পায়েঙক প্ৰদান কৰা হয়। ইয়াৰোপৰি, সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ৯গৰাকী ব্যক্তিক সন্মান জনোৱা হ‘ব বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৰণিকা ‘প্ৰয়াস‘ আৰু জয়শ্ৰী শইকীয়াৰ নৱতম গ্ৰন্থ ‘নক্ষত্ৰ‘ উন্মোচন কৰা হয়।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অনবদ্য বৰঙণিঅনুষ্ঠানঅসমঅসম লেখিকা সমাজআন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসকবিতা পাঠগছপুলি ৰোপণজয়শ্ৰী শইকীয়াডিফুডিফু ক্লাবড০ জ্যোতি প্ৰসাদ শইকীয়াথলুৱা শিল্প প্ৰদৰ্শনীনিৰলা ফাংচপীনৱতম গ্ৰন্থ নক্ষত্ৰপদুমী গগৈপদ্মশ্ৰী ৰংবং তেৰাংপবিত্ৰ বৰাবিজয়া পায়েংমহীয়ান বঁটামাটি-মানুহ-সমন্বয় বঁটামুকলি সভামুক্তিযুঁজাৰু দেউৰাম দত্তলোকবন্ধু লম্বোধৰ কামানশিক্ষাবিদসন্মানসাংবাদিকসাহিত্য সভাসাহিত্যিকসোঁৱৰণি.স্মৰণিকা প্ৰয়াসৰংবং তেৰাং
Share6Tweet4Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
53
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
Tibet earthquake : তিব্বতত পুনৰ ভূমিকম্পত কমেও ১৮ জনৰ মৃত্যু, ৩ শতাধিক ঘৰ ধ্বংস
Earthquake

Tibet earthquake : তিব্বতত পুনৰ ভূমিকম্পত কমেও ১৮ জনৰ মৃত্যু, ৩ শতাধিক ঘৰ ধ্বংস

October 23, 2026
50
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
53
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
53
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tibet earthquake : তিব্বতত পুনৰ ভূমিকম্পত কমেও ১৮ জনৰ মৃত্যু, ৩ শতাধিক ঘৰ ধ্বংস

Tibet earthquake : তিব্বতত পুনৰ ভূমিকম্পত কমেও ১৮ জনৰ মৃত্যু, ৩ শতাধিক ঘৰ ধ্বংস

October 23, 2026
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d