ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বৰপথাৰত আৰক্ষীৰ অভিযান : ৭ কোটি টকাৰ হেৰʼইনসহ আই২০ বাহন জব্দ, সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
June 27, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

New Logo Smal 4 | ASSAM TIMES POST

আজি বিয়লি কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষীয়ে তালাচী অভিযান চলাই কেইবা কোটি টকাৰ হেৰʼইনসহ এখন আই২০ বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, আজি বিয়লি বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলোৱা নিয়মীয়া তালাচীৰ সময়তে লাহৰীজানৰ পৰা গোলাঘাট অভিমুখে গৈ থকা হুণ্ডাই  এএছ-০২-কিউ-৩৪৪৯ নম্বৰৰ আই২০ বাহনখনত তালাচী চলাই ৯০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১০০৫.১৫ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়।

বৰপথাৰত আৰক্ষীৰ অভিযান : ৭ কোটি টকাৰ হেৰʼইনসহ আই২০ বাহন জব্দ
বৰপথাৰত আৰক্ষীৰ অভিযান : ৭ কোটি টকাৰ হেৰʼইনসহ আই২০ বাহন জব্দ

জব্দ হোৱা হেৰʼইনখিনি বাহনখনৰ দুয়োফালে সন্মুখৰ আসনৰ তলৰ ʼবডীʼ অংশত বিশেষ কৌশলেৰে কাটি গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। জব্দ হোৱা হেৰʼইনখিনিৰ বজাৰমূল্য কমেও প্ৰায় সাত কোটি টকা। এই সন্দৰ্ভত আৰক্ষীয়ে হোজাই জিলাৰ মোৰাঝাৰৰ আমিৰ হুছেইন নামৰ সৰবৰাহকাৰীটোক আটক‌ কৰি সোধ-পোছ অব্যাহত ৰাখিছে। কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ ধৃত‌ সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বৰপথাৰত আৰক্ষীৰ অভিযানসৰবৰাহকাৰী আটক৭ কোটি টকাৰ হেৰʼইনসহ আই২০ বাহন জব্দ
Share6Tweet4Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
54
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
50
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ
Guwahati

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026
50
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d