ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

স্বায়ত্ত ৰাজ্য ইচ্যু কেন্দ্ৰীয় চৰকাৰৰ নাকচৰ বিৰুদ্ধে ২৫ জুলাইত ১৬ সংগঠনৰ ১২ ঘণ্টীয়া কাৰবি আংলং বন্ধৰ আহ্বান

ASSAM TIMES POST by ASSAM TIMES POST
July 23, 2019
Reading Time: 1 min read
A A
0
স্বায়ত্ত ৰাজ্য ইচ্যু কেন্দ্ৰীয় চৰকাৰৰ নাকচৰ বিৰুদ্ধে ২৫ জুলাইত ১৬ সংগঠনৰ ১২ ঘণ্টীয়া কাৰবি আংলং বন্ধৰ আহ্বান

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

ASSAM TIMES POST,ছইদুল ইছলাম,ডিফুঃ কাৰবি আংলং আৰু ডিমা হাচাওক সাঙুৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত জাতিৰ অনুশ্ছেদ ২৪৪ ( ক) ৰ অধীনত এখন স্বায়ত্ত ৰাজ্যৰ দাবীৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ শেষতীয়া নাকাৰাত্মক স্থিতিকলৈ সৰব হৈ পৰিছে কাৰবি আংলঙৰ ১৬ টাকৈ খিলঞ্জীয়া জাতীয় সংগঠন৷ ১৬ টা সংগঠন ক্ৰমে, এইছএছডিচি, কেএছএ, কেএনচিএ, আইছা, আৰৱাইএ, এছৱাইচি, এছৱাইজে, কেএডব্লিউজেএফ, এইছপিৱাইএ, ইউকেৱাইএ, আইপোৱা, নিৰ্মাণ শ্ৰমিক, কেএএনকেআইএছ, কেএইউপিএ,কেএডিএ আৰু কেইউএই সন্মিলিত ভাবে আয়োজন কৰা এক সংবাদ মেলত সংগঠনৰ শীৰ্ষ নেতৃত্বই সদৰি কৰে যে যোৱা ১৬ জুলাইত সংসদত পাৰ্বত্য জিলা তিনিখনৰ সাংসদ হৰেণছিং বে’ৰ স্বায়ত্ত ৰাজ্য ৰূপায়ণ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জেকে ৰেড্ডীয়ে স্বায়ত্ত ৰাজ্যৰ ইছ্যু পোনছাটেই নাকচ কৰি কেন্দ্ৰৰ ওচৰত বৰ্তমান তেনে কোনো প্ৰস্তাব নাই বুলি কয়৷ মন্ত্ৰী গৰাকীৰ এনে উত্তৰ দূৰ্ভাগ্যজনক ৷ নিৰ্বাচনৰ পূৰ্বে কাৰবি আংলঙ আৰু ডিমা হাচাওক স্বৰাজ্য প্ৰদান কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি সংসদৰ প্ৰথম অধিবেশনতে নাকচ হোৱা ঘটনা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ স্বৰূপ উদঙাই দিলে বুলি অভিযোগ কৰে৷ সেয়ে জিলাখনৰ ১৬ টাকৈ সংগঠনে কেন্দ্ৰীয় চৰকাৰ ষষ্ঠ অনুসূচিত জাতিৰ সংবিধান প্ৰদত্ত সুবিধা বিৰোধী স্থিতিৰ বিৰোধিতাৰে অহা ২৫ জুলাইৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া শান্তিপূৰ্ণ কাৰবি বন্ধৰ আহ্বান জনাইছে ৷ বন্ধৰ সময়ছোৱাত সংগঠন সমূহে পৰীক্ষা, গাখীৰ, পানী, চিকিৎসা আৰু অন্যান্য জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱা সমূহ ৰেহাই দিছে বুলি জানিব দিছে৷ স্বায়ত্ত ৰাজ্যৰ স্বাৰ্থত জিলাবাসীক বন্ধৰ কাৰ্যসূচীত সহযোগ কৰাৰ লগতে সমৰ্থন জনাবলৈ আহ্বন জনাইছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
50
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
50
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d