ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on vote for note : ভোটৰ বিনিময়ত নোট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

নিউজ ডেস্কঃ

News Desk by News Desk
March 4, 2024
Reading Time: 1 min read
A A
0
SC on vote for note : ভোটৰ বিনিময়ত নোট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

RELATED POSTS

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

New Logo Smal 5 | ASSAM TIMES POST

লোকসভা নিৰ্বাচন (Lok Sabha Election)ৰ দিন ক্ৰমাৎ ওচৰ চাপি আহিছে। তাৰ ঠিক পূৰ্বে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা সাংসদ-বিধায়কলৈ কঠোৰ বাৰ্তা। সোমবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) কয় যে ভোটৰ বিনিময়ত নোটৰ (Notes in exchange for votes) ক্ষেত্ৰত বিধায়কসকলকক সুৰক্ষা দিয়া নহয়। অৰ্থাৎ যদি এজন বিধায়ক বা সাংসদৰ বিৰুদ্ধে উৎকোচ দিয়াৰ অভিযোগ থাকে, সুৰক্ষা অবিহনে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত সাতজনীয়া বিচাৰপীঠে সোমবাৰে ১৯৯৮ চনৰ এই সম্পৰ্কীয় নিৰ্দেশ খাৰিজ (1998 order dismissed) কৰে।

sc | ASSAM TIMES POST

১৯৯৮ চনৰ নিৰ্দেশত বিধায়কসকলক ধনৰ বিনিময়ত কোনো বিধায়ক বা সাংসদ, বিধানসভা বা সংসদত ভাষণ বা ভোট দিয়াৰ অভিযোগৰ পৰা সুৰক্ষিত কৰা হৈছিল। অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ থাকিলেও তেওঁলোকে সুৰক্ষা পাব, বিচাৰ প্ৰক্ৰিয়া আৰম্ভ নহ’ব। ৫ জনীয়া সংবিধান বিচাৰপীঠে এই নিৰ্দেশ দিছিল। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দিষ্ট কাৰণ উল্লেখ কৰি আজি সেই ৰায় নাকচ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SConVoteforNoteউচ্চতমন্যায়ালয়ভোটৰবিনিময়তনোট
Share6Tweet4Send

Related Posts

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

by News Desk
October 28, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

by News Desk
October 28, 2026
50
Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ
National-International

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

by News Desk
October 28, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

51
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

by News Desk
October 28, 2026
52
Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত
National-International

Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত

by News Desk
October 28, 2026
51
ADVERTISEMENT
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

October 28, 2026
50
Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders
Guwahati

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

October 28, 2026
50
Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ
National-International

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

October 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

October 28, 2026
Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

October 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d