ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

PGR-VGR Land I বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভিজিআৰ-পিজিআৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কাৰবি আংলং জিলা কংগ্ৰেছৰ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
February 24, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

New Logo Smal 4 | ASSAM TIMES POST

পশ্চিম কাৰবি আংলঙ জিলাৰ ডংকা ৰাজহ চক্ৰৰ অধীনৰ খেৰণিত পিজিআৰ আৰু ভিজিআৰ ভূমিত (PGR-VGR Land) বসতি উচ্ছেদ (Eviction of settlements) কৰাকলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰা স্থিতিকলৈ অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ ওচৰত উত্থাপন কৰা দাবীক কেন্দ্ৰ কৰি কাৰবি আংলং জিলাত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ পিজিআৰ-ভিজিআৰ ভূমি আৰু দেৱব্ৰত শইকীয়াৰ সদনৰ বক্তব্য (Speech of The House of Debabrata Saikia) সন্দৰ্ভত আজি ডিফুত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত দুয়োখন জিলাৰ কংগ্ৰেছ নেতৃত্বই এখন যৌথ সংবাদমেল সম্বোধন কৰে৷

সংবাদমেল যোগে কাৰবি আংলং জিলা কংগ্ৰেছৰ (Karbi Anglong District Congress) কাৰ্যকৰী সভাপতি অশোক টেৰণে কয় যে, পিজিআৰ-ভিজিআৰ ভূমি সম্পৰ্কে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে আহ্বান কৰা সৰ্বদলীয় সভাত আমিও উপস্থিত আছিলো আৰু সকলো দল-সংগঠনে গ্ৰহণ কৰা সিদ্ধান্তত ঐক্যমত পোষণ কৰিছিলো৷ আমি আমাৰ স্থিতিত অটল আছো আৰু পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ সপক্ষে আছো৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভিজিআৰ-পিজিআৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কাৰবি আংলং জিলা কংগ্ৰেছৰ
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভিজিআৰ-পিজিআৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কাৰবি আংলং জিলা কংগ্ৰেছৰ

আনহাতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মোহন ৰংপিয়ে দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ ভুল বাখ্যা আগবঢ়োৱা বুলি মন্তব্য কৰে ৷ ৰংপিয়ে কয় যে, বিৰোধী নেতাগৰাকীয়ে সদনত পৰিষদৰ মুখ্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভিজিআৰ-পিজিআৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কাৰবি আংলং জিলা কংগ্ৰেছৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পিজিআৰ-ভিজিআৰ ভূমিত উন্নয়ণমূলক আঁচনি উদ্ধোধন কৰি এই ভূমিত কোনো উচ্ছেদ চলোৱা নহয় বুলি কৰা মন্তব্যৰ উদ্ধৃতি দি বিজেপি নেতৃত্বাধীন পৰিষদখনে হঠাত উচ্ছেদ চলোৱাৰ সিদ্ধান্তৰ বিষয়েহে প্ৰশ্ন উত্থাপন কৰিছিল৷

ইয়াৰ লগতে পিজিআৰ-ভিজিআৰ ভূমিৰ পৰা উচ্ছেদিত সকলক ক’ত পুনৰ সংস্থাপন কৰা হব সেই প্ৰশ্নহে উত্থাপন কৰিছিল কাৰণ উক্ত ভূমিত দীৰ্ঘকাল ধৰি বসবাস কৰি থকাসকল ভাৰতীয় নাগৰিক আৰু উচ্চতম ন্যায়ালয়ে পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদিতসকলক পুণৰ সংস্থাপনৰ কথাও আদেশত উল্লেখ কৰিছিল৷ ৰাইজৰ প্ৰতিনিধি ৰাজনৈতিক দলৰ নেতা হিছাপে ভাৰতীয় নাগৰিকৰ পুণৰ সংস্থাপনৰ বিষয়ে প্ৰশ্ন কৰাৰ অধিকাৰ আছে বুলি ৰংপিয়ে উভতি ধৰে৷ এই সন্দৰ্ভত ৰাজনীতি নকৰি যুগ যুগ ধৰি উক্ত স্থানত বসবাস কৰি অহা ভাৰতীয়সকলৰ পুনৰ সংস্থাপনৰ বিষয়টো গুৰুত্ব সহকাৰে লবলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰক আহ্বান জনায়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiAnglongDistrictCongressPGR-VGRLandকাৰবিআংলংজিলাকংগ্ৰেছপিজিআৰ-ভিজিআৰভূমি
Share12Tweet8Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
54
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ
DIPHU

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
50
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
50
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

October 27, 2026
50
Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d